অসম

assam

ETV Bharat / state

বাক্সাৰ কুমাৰীকাটাত বিপিএফৰ নিৰ্বাচনী কাৰ্যালয় মুকলি

বুধবাৰে পুৱা দহ বজাত বিজেপি আৰু অগপৰ সমৰ্থিত কোকৰাঝাৰ লোকসভা সমষ্টিৰ বিপিএফ দলৰ মনোনীত প্ৰাৰ্থী প্ৰমিলা ৰাণী ব্ৰহ্মৰ নিৰ্বাচনী প্ৰচাৰৰ কাৰ্যালয়টো মুকলি কৰে অগপ দলৰ নেতা দুলাল দাসে

By

Published : Apr 10, 2019, 1:20 PM IST

বাক্সাৰ কুমাৰীকাটাত বিপিএফৰ নিৰ্বাচনী কাৰ্য্যালয় মুকলি

বাক্সা, 10 এপ্ৰিলঃ বাক্সাৰ কুমাৰীকাটাত বিপিএফৰ নিৰ্বাচনী কাৰ্যালয় মুকলি ৷ বুধবাৰে পুৱা দহ বজাত বিজেপি আৰু অগপৰ সমৰ্থিত কোকৰাঝাৰ লোকসভা সমষ্টিৰ বিপিএফ দলৰ মনোনীত প্ৰাৰ্থী প্ৰমিলা ৰাণী ব্ৰহ্মৰ নিৰ্বাচনী প্ৰচাৰৰ কাৰ্যালয়টো মুকলি কৰে অগপ দলৰ নেতা দুলাল দাসে ৷ বাক্সাৰ দৰঙাজুলী সমষ্টিৰ ব্লক কাৰ্যালয়টোৰ মুকলি অনুষ্ঠানত উপস্থিত থাকে স্থানীয় বিধায়ক ইমানুৱেল মুছাহাৰী ৷ 26নং দৰঙাজুলী সমষ্টিৰ বিটিচিৰ পৰিষদীয় সদস্য বিজিৎ গৌৰা নাৰ্জাৰী, বিটিচিৰ মনোনীত সদস্য বাসুদেৱ উপাধ্যায়ৰ লগতে উপস্থিত থাকে দৰঙাজুলী সমষ্টিৰ বিপিএফ দলৰ বিভিন্ন পৰ্যায়ৰ নেতা কৰ্মীসকল ৷

বাক্সাৰ কুমাৰীকাটাত বিপিএফৰ নিৰ্বাচনী কাৰ্য্যালয় মুকলি

ABOUT THE AUTHOR

...view details