নিউজ ডেস্ক, 12 ডিচেম্বৰ : আজি পুৱা 8 বজাৰ পৰা আৰম্ভ হ'ব বিচিটি নিৰ্বাচনৰ ভোটগণনা প্ৰক্ৰিয়া ৷ নিৰ্ণয় হ'ব 40 টা পৰিষদীয় সমষ্টিৰ 241 গৰাকী প্ৰাৰ্থীৰ ভাগ্য ৷ আগন্তুক বৰ্ষৰ আৰম্ভণিতে আৰম্ভ হ'বলগা অসম বিধানসভা নিৰ্বাচনৰ প্ৰাক মুহূৰ্তত এয়া ৰাজনৈতিক দলসমূহৰ বাবে 'ছেমি ফাইনেল' হিচাপে পৰিগণিত হৈ পৰিছে ৷
বিটিচি নিৰ্বাচন : কোনে মাৰিব শেষ হাঁহি ?
আজি পুৱা 8 বজাৰ পৰা আৰম্ভ হ'ব বিচিটি নিৰ্বাচনৰ ভোটগণনা প্ৰক্ৰিয়া ৷ নিৰ্ণয় হ'ব 40 টা পৰিষদীয় সমষ্টিৰ 241 গৰাকী প্ৰাৰ্থীৰ ভাগ্য ৷
বিটিচি নিৰ্বাচন
মুঠ 40 টা বিটিচি সমষ্টিৰ 21 সমষ্টিত প্ৰথম পৰ্যায়ৰ নিৰ্বাচন অনুষ্ঠিত হৈছিল 7 ডিচেম্বৰত ৷ 19 খন আসনৰ বাবে অৰ্থাৎ দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচন অনুষ্ঠিত হয় 10 ডিচেম্বৰত ৷
লগতে পঢ়ক :CAA আন্দোলনৰ এটা বছৰ পিছত পুনৰ ৰাজপথলৈ জনতা
Last Updated : Dec 12, 2020, 11:23 AM IST