অসম

assam

ETV Bharat / state

বাক্সাৰ কুমাৰীকাটাত বি জে পিৰ স্বচ্ছতা অভিযান

গান্ধী জয়ন্তী উপলক্ষে বাক্সাৰ কুমাৰীকাটাত বি জে পিৰ স্বচ্ছতা অভিযান। ২৬নং দৰংগাজুলি সমষ্টিৰ ৭৫ টা বুথত স্বচ্ছতা অভিযান চলায় বি জে পিৰ কৰ্মীয়ে।

বাক্সাৰ কুমাৰীকাটাত বি জে পিৰ স্বচ্ছতা অভিযান
বাক্সাৰ কুমাৰীকাটাত বি জে পিৰ স্বচ্ছতা অভিযান

By

Published : Oct 2, 2020, 2:29 PM IST

বাক্সা, ২অক্টোবৰ:বাক্সাৰ কুমাৰীকাটাত স্বচ্ছতা অভিযান চলালে ভাৰতীয় জনতা পাৰ্টীৰ কৰ্মকৰ্তাই। গান্ধী জয়ন্তী উপলক্ষে ২৬নং দৰংগাজুলি সমষ্টিৰ ৭৫ টা বুথত স্বচ্ছতা অভিযান চলায়। দৰংগাজুলি মণ্ডলৰ সভাপতি সত্যজিত পাঠকৰ উদ্যোগত এই স্বচ্ছতা অভিযান কাৰ্যসূচী ৰূপায়ণ হয়।

বাক্সাৰ কুমাৰীকাটাত বি জে পিৰ স্বচ্ছতা অভিযান

২৬নং দৰংগাজুলি সমষ্টিৰ বিজেপি দলৰ প্ৰাৰ্থী দেবেন বড়ো, তামুলপুৰৰ বিধায়ক ইমানুৱেল মুছাহাৰী, ২৭ নং নাগ্ৰিজুলী সমষ্টিৰ বি জে পি দলৰ প্ৰাৰ্থী ধৰ্ম নাৰায়ণ দাস, ২৯ নং চুক্লাই চেৰফাং সমষ্টিৰ বি জে পি দলৰ প্ৰাৰ্থী ৰণেন্দ্ৰ নাৰ্জাৰীয়ে এই কাৰ্যসূচীত অংশগ্ৰহণ কৰে। লগতে স্বচ্ছতা অভিযানত অংশগ্ৰহণ কৰে দৰংগাজুলি সমষ্টিৰ মণ্ডলসমূহৰ কাৰ্যকৰ্তাসকলে।

ABOUT THE AUTHOR

...view details