অসম

assam

ETV Bharat / state

তামুলপুৰত নৱ শৰণীয়াৰ সমৰ্থনত বাইক ৰেলী

শুকুৰবাৰে তামুলপুৰত নৱ কুমাৰ শৰণীয়াৰ সমৰ্থনত তামুলপুৰ বাৰেইগাঁৱৰ মেডিকেল চকৰ নিৰ্বাচনী কাৰ্যালয়ৰ পৰা বাইক ৰেলী বাহিৰ কৰে সমৰ্থকসকলে

তামুলপুৰত নৱ শৰণীয়াৰ সমৰ্থনত বাইক ৰেলী

By

Published : Apr 19, 2019, 4:24 PM IST

বাক্সা, 19 এপ্ৰিলঃ তৃতীয় পৰ্যায়ৰ নিৰ্বাচনৰ বাবে ৫ নং কোকৰাঝাৰ সমষ্টিত তীব্ৰতৰ হৈ উঠিছে প্ৰচাৰ অভিযান ৷ শুকুৰবাৰে তামুলপুৰত নৱ কুমাৰ শৰণীয়াৰ সমৰ্থনত তামুলপুৰ বাৰেইগাঁৱৰ মেডিকেল চকৰ নিৰ্বাচনী কাৰ্যালয়ৰ পৰা বাইক ৰেলী বাহিৰ কৰে সমৰ্থকসকলে । বাইক ৰেলীত ফ্লেগ অফ্ কৰে তামুলপুৰ অবড়ো সুৰক্ষা সমিতিৰ সভাপতি বৰুণ কলিতাই । বিভিন্ন প্ৰান্তৰ প্ৰায় শতাধিক সমৰ্থকে অংশ গ্ৰহণ কৰা বাইক ৰেলীত নৱ কুমাৰ শৰণীয়া জিন্দাবাদ শ্ল'গান ভোটাৰ ৰাইজক আকৰ্ষণ কৰিবলৈ প্ৰয়াস কৰে ৷

তামুলপুৰত নৱ শৰণীয়াৰ সমৰ্থনত বাইক ৰেলী

ABOUT THE AUTHOR

...view details