অসম

assam

ETV Bharat / state

তামুলপুৰত পশ্চিম বংগৰ সন্দেহজনক ব্যক্তি

সোমবাৰে ব্যক্তিজনক প্ৰত্যক্ষ কৰি স্থানীয় লোকে সোধ-পোচ কৰাত ব্যক্তি গৰাকীয়ে নিজকে পশ্চিম বংগৰ আলীপুৰ দুৱাৰৰ অজিত দেৱনাথ বুলি চিনাকি দিয়ে ।

তামুলপুৰত পশ্চিম বংগৰ সন্দেহজনক ব্যক্তি

By

Published : Jul 2, 2019, 8:40 AM IST

তামুলপুৰ,2 জুলাই : তামুলপুৰৰ গোৰেশ্বৰ আৰক্ষী থানাৰ অন্তৰ্গত ভোগপুৰ মৰমীৰ চকত অচিনাকি ব্যক্তি ৷ সোমবাৰে ব্যক্তিজনক প্ৰত্যক্ষ কৰি স্থানীয় লোকে সোধ-পোচ কৰাত ব্যক্তিগৰাকীয়ে নিজকে পশ্চিম বংগৰ আলীপুৰ দুৱাৰৰ অজিত দেৱনাথ বুলি চিনাকী দিয়ে। ব্যক্তিজনক সন্দেহজনক অৱস্থাত প্ৰত্যক্ষ কৰি গোৰেশ্বৰ আৰক্ষী থানাত চমজাই দিয়ে স্থানীয় ৰাইজে ৷

ABOUT THE AUTHOR

...view details