অসম

assam

ETV Bharat / sports

তালাপত কিক্-বক্সিং প্ৰতিযোগিতা

তালাপ কিক্-বক্সিং একাডেমীৰ সৌজন্যত অনুষ্ঠিত কৰা হয় কিক-বক্সিং প্ৰতিযোগিতা ৷ এই প্ৰতিযোগিতাৰ অন্তিমটো দিনত দেওবাৰে বিতৰণ কৰা হয় বঁটা ৷

তালাপত কিক-বক্সিং প্ৰতিযোগিতা

By

Published : Apr 28, 2019, 6:40 PM IST

ডুমডুমা, 28 এপ্ৰিলঃতালাপ কিক্-বক্সিং একাডেমীৰ সৌজন্যত অনুষ্ঠিত হোৱা কিক-বক্সিং প্ৰতিযোগিতাৰ দেওবাৰে অন্তিমটো দিনত বঁটা বিতৰণী অনুষ্ঠান অনুষ্ঠিত কৰে একাডেমীটোৱে ।

তালাপত কিক-বক্সিং প্ৰতিযোগিতা

ইয়াৰ পূৰ্বে প্ৰায় এমাহ জোৰা কিক-বক্সিঙৰ এক সজাগতা তথা অনুশীলন কেম্প অনুষ্ঠিত কৰি একাডেমীটোৱে অনুশীলন কেম্পত অংশগ্ৰহণ কৰা প্ৰশিক্ষণপ্ৰাপ্ত খেলুৱৈ সকলৰ মাজত এক প্ৰতিযোগিতা অনুষ্ঠিত কৰে । প্ৰশিক্ষণত তালাপ, ৰূপাই-চাইডিং, ডুমডুমা, ধলা, কাকপথাৰ অদিৰ যুৱক-যুৱতী সকলে প্ৰশিক্ষণ গ্ৰহণ কৰে । দেওবাৰে বঁটা বিতৰণী অনুষ্ঠানত তিনিচুকীয়া জিলা কিক্-বক্সিং ফেডাৰেচনৰ মুখ্য উপদেষ্টা বীৰেণ কৈৰী উপস্থিত থাকে ।

ABOUT THE AUTHOR

...view details