অসম

assam

ETV Bharat / sports

বিশ্বকাপ 2019ঃ ৰোহিতৰ অৰ্ধশতক

দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে বিশ্বকাপৰ অভিষেক মেচতেই চমক ৰোহিত শৰ্মাৰ ৷

By

Published : Jun 5, 2019, 9:09 PM IST

2019 বিশ্বকাপঃ ৰোহিতৰ অৰ্ধশতক

স্পৰ্টছ ডেস্ক, 5 জুনঃ ইংলেণ্ডত এণ্ড ৱেলছত অনুষ্ঠিত হোৱা আই চি চিৰ এদিনীয়া বিশ্বকাপত ৰোহিতৰ অৰ্ধশতক ৷ দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে অৰ্ধশতক অৰ্জন কৰিবলৈ সক্ষম হয় হিটমেন নামে খ্যাত ৰোহিত শৰ্মাই ৷ চাউথাম্পেটনৰ ৰ’জ ভেলী ষ্টেডিয়ামত চলি আছে ভাৰত আৰু দক্ষিণ আফ্ৰিকাৰ মাজত এক উত্তেজনামূলক মেচ ৷ দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে আজি 2019 বিশ্বকাপৰ আৰম্ভ কৰিছে বিৰাট নেতৃত্বাধীন ভাৰতীয় দলটোৱে ৷ দক্ষিণ আফ্ৰিকাই প্ৰথমে বেটিং কৰি 228 ৰানৰ লক্ষ্য বান্ধি দিছে ভাৰতক ৷

ABOUT THE AUTHOR

...view details