অসম

assam

ETV Bharat / sports

দুই অ'পেনাৰৰ অৰ্ধ শতক অৰ্জন

অৰ্ধ শতক অৰ্জন ভাৰতৰ দুই অ'পেনাৰ ৰোহিত শৰ্মা আৰু কে. এল. ৰাহুলৰ ৷

By

Published : Jul 2, 2019, 5:07 PM IST

ৰোহিত শৰ্মা

নিউজ ডেস্ক, 2 জুলাই : বিশ্বকাপৰ 40 সংখ্যক মেচত মঙলবাৰে যুঁজত নামিছে এছিয়াৰ দুই শক্তিশালী দল ভাৰত আৰু বাংলাদেশ ৷ ভাৰতীয় সময় অনুসৰি বিয়লি 3 বজাৰ পৰা বাৰ্মিংহামৰ এজবেষ্টনত আৰম্ভ হোৱা মেচত অৰ্ধ শতক অৰ্জন কৰিছে ভাৰতৰ দুই গৰাকী অ'পেনাৰে ৷ ৰোহিত শৰ্মাই 46 টা বলত অৰ্ধ শতক অৰ্জন কৰাৰ উপৰি কে. এল. ৰাহুলে 57 টা 52 ৰাণ সংগ্ৰহ কৰে ৷

ভাৰত বনাম বাংলাদেশ

ABOUT THE AUTHOR

...view details