নিউজ ডেস্ক, ২৪ ফেব্ৰ্ুৱাৰী: হাইদৰাবাদৰ বিৰুদ্ধে চৈয়দ মোস্তাক আলী টি-২০ ট্ৰফীত বিধংসী ৰূপত দেখা গ'ল ভাৰতীয় জাতীয় ক্ৰিকেট দলৰ খেলুৱৈ সুৰেশ ৰাইনাক । ৰাইনাৰ ৫৪ ৰাণৰ ইনিংছটোৰ জৰিয়তে উত্তৰ প্ৰদেশে হাইদৰাবাদক ৬উইকেটত পৰাস্ত কৰিবলৈ সক্ষম হয় ।
বিধংসী ৰূপত ৰাইনা
হাইদৰাবাদৰ বিৰুদ্ধে চৈয়দ মোস্তাক আলী টি-২0 ট্ৰফীত বিধংসী ৰূপত দেখা গ'ল ভাৰতীয় জাতীয় ক্ৰিকেট দলৰ খেলুৱৈ সুৰেশ ৰাইনাক
SYED MUSHTAQ
হাইদৰাবাদৰ দলটোৱে ২০ অভাৰত ১৩৯ ৰাণ সংগ্ৰহ কৰাৰ বিপৰীতে ৰাইনাৰ অৰ্ধশতকৰ জৰিয়তে উত্তৰ প্ৰদেশে ১৮.৩ অভাৰত এই ৰাণ অতিক্ৰম কৰে ।