অসম

assam

ETV Bharat / sitara

গুগলত 'এভেনঞ্জাৰ্ছ এণ্ডগেম' ছুপাৰভিলেন 'থান'ছৰ পাৱাৰ

গুগলতো চলিলে হলিউডৰ এভেনঞ্জাৰ্ছ চিৰিজৰ অন্তিমখন ছবি 'এভেনঞ্জাৰ্ছ এণ্ডগেম' ছুপাৰভিলেন 'থান'ছৰ পাৱাৰ ৷ গুগলৰ চাৰ্চ পেজতে ছুপাৰভিলেন থান'ছৰ গ্লৱছত ক্লিক কৰাৰ পাচত আপুনিও প্ৰত্যক্ষ কৰিব পাৰিব ছুপাৰভিলেনৰ ছুপাৰ পাৱাৰ

By

Published : Apr 27, 2019, 1:42 AM IST

'এভেনঞ্জাৰ্ছ এণ্ডগেম'

নিউজ ডেস্ক, 26 এপ্ৰিলঃ এইবাৰ কেৱল চিনেমা হ'লতে নহয় গুগলতো চলিল হলিউডৰ এভেনঞ্জাৰ্ছ চিৰিজৰ অন্তিমখন ছবি 'এভেনঞ্জাৰ্ছ এণ্ডগেম' ছুপাৰভিলেন 'থান'ছৰ পাৱাৰ ৷ গুগলৰ চাৰ্চ পেজত ছুপাৰভিলেন থান'ছৰ গ্লৱছত ক্লিক কৰাৰ পাচত আপুনি প্ৰত্যক্ষ কৰিব পাৰিব ছুপাৰভিলেনৰ ছুপাৰ পাৱাৰ ৷

'এভেনঞ্জাৰ্ছ এণ্ডগেম'

উল্লেখ্য যে,গুগলত থান'ছ চাৰ্চ কৰাৰ পাচতে উইকিপেডিয়া পেজত থান'ছৰ হেণ্ডগ্লোৱ দেখিবলৈ পোৱা যাব ৷ হেণ্ডগ্লোৱত ক্লিক কৰাৰ লগে লগে পেজত থকা লিখনিসমূহ নিজে উৰি যোৱা দেখা পাব সকলোৱে ৷ আনহাতে, ভাৰতবৰ্ষত প্ৰথমবাৰৰ বাবে ছবি গৃহত 24X7 চলিবলৈ লোৱা এইখনেই হৈছে প্ৰথমখন ছবি ৷

ABOUT THE AUTHOR

...view details