অসম

assam

ETV Bharat / sitara

দোস্তানা-2ৰ ষ্টাৰ কাষ্ট মুকলি কৰণ জোহৰৰ

কৰণ জোহৰে 2008ৰ মুক্তি পোৱা ছবি দোস্তানাৰ দ্বিতীয় সংস্কৰণ দোস্তানা 2ৰ ষ্টাৰ কাষ্ট বৃহস্পতিবাৰে মুকলি কৰে

দোস্তানা 2ৰ ষ্টাৰ কাষ্ট মুকলি কৰণ জোহৰৰ

By

Published : Jun 27, 2019, 10:31 PM IST

মুম্বাই,27 জুন: বলিউডৰ ছবি নিৰ্দেশক কৰণ জোহৰে 2008ৰ মুক্তি পোৱা ছবি দোস্তানাৰ দ্বিতীয় সংস্কৰণ দোস্তানা-2ৰ ষ্টাৰ কাষ্ট বৃহস্পতিবাৰে মুকলি কৰে ৷ ছবিখনত কাৰ্তিক আৰ্য়ন আৰু জাহ্নৱী কাপুৰে অভিনয় কৰিব ৷ তিনি তাৰকাই অভিনয় কৰিব লগীয়া ছবিখনৰ এজন অভিনেতা এতিয়াও থিক হোৱা নাই ৷ টুইটাৰ যোগে এই কথা ধাৰ্য কৰা হোৱা নাই ৷

ABOUT THE AUTHOR

...view details