অসম

assam

ETV Bharat / sitara

মুক্তিৰ পথত নতুন মাৰ্ভেল ছবি

ছবিগৃহলৈ আহি আছে ''এভেনজাৰ্চ এণ্ডগেম'' নামৰ এখন নতুন মাৰ্ভেল ছবি

By

Published : Mar 27, 2019, 9:59 AM IST

মুক্তিৰ পথত নতুন মাৰ্ভেল ছৱি

নতুন দিল্লী, 27 মাৰ্চঃমাৰ্ভেল ছবি প্ৰেমীসকললৈ সুখবৰ ৷ ছৱিগৃহলৈ আহি আছে ''এভেনজাৰ্চ এণ্ডগেম'' নামৰ এখন নতুন মাৰ্ভেল ছবি ৷ এন্ঠনি ৰুছো আৰু জয় ৰুছোৰ পৰিচালনাত এই ছবিখনে মুক্তি পাব অহা এপ্ৰিল মাহৰ 26 তাৰিখে ৷

মুক্তিৰ পথত নতুন মাৰ্ভেল ছৱি

উল্লেখযোগ্য যে এই ছবিখনত বৰ্তমানলৈ মুক্তি পোৱা অন্য মাৰ্ভেল ছবিতকৈ কিছু পাৰ্থক্য দেখা যাব বুলি জনায় পৰিচালক এন্ঠনি আৰু জয় ৰুছোৱে ৷ আনহাতে এই ছবিখন 3ঘন্টা 2 মিনিটৰ সময়সূচীৰে নিৰ্মিত হোৱা বুলিও জানিবলৈ দিয়েপৰিচালকে ৷

ABOUT THE AUTHOR

...view details