অসম

assam

পুনৰ ঘূৰি আহিছে চুলবুলৰ ৰজ্জো

By

Published : Apr 6, 2019, 7:11 AM IST

দাবাংগ-থ্ৰীৰ বাবে  শ্বুটিঙৰ পাতনি সোনাক্ষী সিন্হাৰ

পুনৰ ঘূৰি আহিছে চুলবুলৰ ৰজ্জো

নিউজ ডেস্ক ,৬ মাৰ্চঃ পুনৰ আৰম্ভ হ'ল দাবাংগৰ কাম । এইবাৰ দাবাংগ থ্ৰীৰ বাবে শ্বুটিঙৰ আৰম্ভণি কৰিছে সোনাক্ষী সিন্হাই । ছবিখনত সোনাক্ষীয়ে ৰূপায়ন কৰিছে চুলবুল পাণ্ডেৰ পত্নী ৰজ্জোৰ চৰিত্ৰ ।

পুনৰ ঘূৰি আহিছে চুলবুলৰ ৰজ্জো

দাবাংগৰ অভিনেত্ৰীগৰাকীয়ে ইনষ্টাগ্ৰামযোগে ৰজ্জো চৰিত্ৰৰ এখন ফটো প্ৰকাশ কৰে অনুৰাগীৰ বাবে । লগতে কেপচন যোগে উল্লেখ কৰে যে এইয়া দাবাংগ থ্ৰীৰ প্ৰথম দিনটোৰ অভিনয় । তেওঁ প'ষ্টটোৰ যোগে অনুৰাগীসকলৰ পৰা ছবিখনৰ বাবে শুভাশীষ কামনা কৰে ।

ABOUT THE AUTHOR

...view details