অসম

assam

ETV Bharat / sitara

#MySuperTeacher: মাতৃক ধন্যবাদ অভিনেত্ৰী  কৃতি চেনৰৰ

চতেগ #MySuperTeacher কেপচনৰ সৈতে ককাৰ লগত তোলা ফ'টোখনৰ এই পোষ্টটোৰ আৰম্ভণি কৰিছিল ঋতিক ৰোচনে ।

By

Published : Jul 7, 2019, 10:50 PM IST

#MySuperTeacher: মাতৃক ধন্যবাদ অভিনেত্ৰী  কৃতি চেনৰৰ

নিউজ ডেস্ক, ৭ জুলাইঃ মাতৃক "ছুপাৰ টিচাৰ" বুলি সম্বোধন কৰি মাতৃৰ বাবে টুইটাৰৰ জৰিয়তে এটা পোষ্ট চেয়াৰ কৰে অভিনেত্ৰী কৃতি চেননে । দৰাচলতে শুকুৰবাৰে নিশা অভিনেতা ঋতিক ৰোচনে টুইটাৰত এখন ফটো চেয়াৰ কৰে । হেচতেগ #MySuperTeacher কেপচনৰ সৈতে ককাৰ লগত তোলা ফটোখনৰ এই পোষ্টটোৰ আৰম্ভণি কৰিছিল ঋতিক ৰোচনে। পৰৱৰ্তী সময়ত অভিনেতা টাইগৰ শ্ৰফ আৰু কৃতিয়েও এনেদৰে পোষ্ট চেয়াৰ কৰে। কৃতিয়ে উক্ত পোষ্টটোৰ জৰিয়তে নিজ মাতৃক ছুপাৰ টিচাৰ সম্বোধন কৰি কৃতিৰ জীৱনত মাতৃৰ কৰণীয়সমূহৰ বাবে ধন্যবাদ জনায় ।

ABOUT THE AUTHOR

...view details