নিউজ ডেস্ক, ৪ মে': অমিৰেকাৰ ৰাষ্ট্ৰপতি ড'নাল্ড ট্ৰাম্পে কিছু ৰাষ্ট্ৰত অনা-অত্যাৱশ্যকীয় সামগ্ৰীৰ বিক্ৰী আৰম্ভ আৰু কিছু ৰাষ্ট্ৰত লক ডাউন জাৰি সম্পৰ্কে সিন্ধান্তৰ প্ৰশ্নৰ উত্তৰ দিয়ে ।
দেওবাৰে টাউন হলত হোৱা এক টেলিভিছন সাক্ষাৎকাৰত ট্ৰাম্পে এই সম্পৰ্কে মত ব্যক্ত কৰে ।
ট্ৰাম্পে অৰ্থনৈতিক কাৰ্যকলাপ পুনৰ আৰম্ভ কৰিবলৈ চাপ প্ৰদান কৰে । সুৰক্ষা লৈ অতি শীঘ্ৰেই সকলো অৰ্থনৈতিক কাৰ্যকলাপ মুকলি কৰাৰ পোষকতা কৰে ৰাষ্ট্ৰপতি জনে ।