অসম

assam

ETV Bharat / city

বানপানীৰ ক্ষতিপূৰণ বিচাৰি হাঁহাকাৰ ভুক্তভোগীৰ

কাকপথাৰৰ ২নং ডিৰাক গাঁৱত বানপানীৰ ফলত ভাগিল কেইবাটাও পুখুৰী ৷ মীন পালনৰে স্বাৱলম্বী হ'ব খোজা সাধাৰণ জনতাৰ মাজত হাহাকাৰ

By

Published : Jun 10, 2019, 2:44 PM IST

কাকপথাৰৰ ২নং ডিৰাক গাঁৱত বানপানীৰ ক্ষতিপূৰণ বিচাৰি হাহাঁকাৰ ভুক্তভূগীৰ

শদিয়া,10 জুনঃ মৎস্য উৎপাদনেৰে স্বাৱলম্বী হোৱাৰ মন কাকপথাৰৰ ২নং ডিৰাক গাঁৱৰ স্থানীয় বাসিন্দা সকলৰ ৷ কিন্তু বানপানীৰ ফলত গাওঁখনৰ অৰ্ধশতাধিক পুখুৰীত পানী সোমোৱাত উটি যায় পুখুৰীত মেলা মাছৰ পোনাসমূহ ৷ বহু কষ্টৰে মেলা মাছৰ পোনা সমূহ উটি যোৱাৰ পিছতো খবৰ নাই মীন বিভাগৰ ৷ কাকপথাৰস্থিত কাৰ্যালয়ত ভুক্তভোগীয়ে বিষয়টো অৱগত কৰিছে যদিও আজিকোপতি বিভাগীয় কৰ্মচাৰী,ৰাইজৰ আঞ্চলিক প্ৰতিনিধি বা মন্ত্ৰী,বিধায়কক দেখিবলৈ নোপোৱাৰ অভিযোগ তুলিছে ভুক্তভোগীয়ে ৷ ক্ষতিগ্ৰস্ত ৰাইজক অতি শীঘ্ৰেই ক্ষতিপূৰণৰ দাবী জনাইছে অঞ্চলটোৰ উদ্যোগীসকলে ৷

বানপানীৰ ক্ষতিপূৰণ বিচাৰি হাহাঁকাৰ ভুক্তভোগীৰ

ABOUT THE AUTHOR

...view details