অসম

assam

ETV Bharat / briefs

শেষৰখন নিৰ্বাচনী সভাত অংশগ্ৰহণ মোডীৰ

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে শেষৰখন নিৰ্বাচনী সভাত অংশগ্ৰহণ কৰে,মোডীয়ে অৱ কি বাৰ মোডী চৰকাৰ,ফিৰ এক বাৰ মোডী চৰকাৰ আদি শ্ল'গানেৰে সমাপ্ত কৰে শেষৰখন ৰেলী

By

Published : May 17, 2019, 5:27 PM IST

শেষৰখন নিৰ্বাচনী সভাত অংশগ্ৰহণ মোডীৰ

নিউজ ডেস্ক, ১৭মে': শুকুৰবাৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে অৱ কি বাৰ মোডী চৰকাৰ, ফিৰ এক বাৰ মোডী চৰকাৰ আদি শ্ল'গানেৰে সমাপ্ত কৰে শেষৰখন ৰেলী। মধ্য প্ৰদেশৰ খৰগোনত অনুষ্ঠিত এখন বিশাল জনসভাত মোডীয়ে অংশগ্ৰহণ কৰি পৰৱৰ্তী সময়ত মোডী চৰকাৰ হ'ব বুলি মন্তব্য কৰে।

উল্লেখ্য যে, ১৯মে'ত অনুষ্ঠিত হ'বলগীয়া লোকসভা নিৰ্বাচনৰ প্ৰচাৰ অভিযানৰ আজি সমাপ্তি ঘটে। মোডীয়ে এই প্ৰচাৰ অভিযান সমাপ্ত কৰে খৰগোনৰ বিশাল ৰেলীত অংশগ্ৰহণ কৰি। মোডীয়ে জনসভাত কেৱল বিজেপি চৰকাৰেহে দেশৰ উন্নতি সাধন কৰিব পাৰিব বুলিও উল্লেখ কৰে।

ABOUT THE AUTHOR

...view details