ধেমাজি, ৮ নৱেম্বৰ: ধেমাজিত জীয়াঢল নৈৰ বান প্ৰতিৰোধ ঐক্যমঞ্চৰ প্ৰতিনিধিত্বমূলক ৰাজহুৱা সভা । জিলাখনৰ এক দীৰ্ঘদিনীয়া সমস্যা জীয়াঢল নৈৰ বান সমস্যা। এই সন্দৰ্ভত আলোচনা কৰাৰ বাবে দেওবাৰে ধেমাজি জীয়াঢল চাৰিআলিৰ শিৱ মন্দিৰত এক প্ৰতিনিধিত্বমূলক ৰাজহুৱা সভা অনুষ্ঠিত কৰা হয়।
ধেমাজিত জীয়াঢলৰ বান প্ৰতিৰোধ ঐক্যমঞ্চৰ প্ৰতিনিধিত্বমূলক ৰাজহুৱা সভা - Jiyadhal flood control committee
ধেমাজিত জীয়াঢল নৈৰ বান প্ৰতিৰোধ ঐক্যমঞ্চৰ প্ৰতিনিধিত্বমূলক ৰাজহুৱা সভা ।
![ধেমাজিত জীয়াঢলৰ বান প্ৰতিৰোধ ঐক্যমঞ্চৰ প্ৰতিনিধিত্বমূলক ৰাজহুৱা সভা Jiyadhal flood control committee meeting](https://etvbharatimages.akamaized.net/etvbharat/prod-images/768-512-05:28:25:1604836705-as-dmj-02-jidhal-ban-patirudh-meeting-8nov-visbyte-as10021-08112020165720-0811f-01432-436.jpg)
ধেমাজি ত জীয়াঢল নদীৰ বান প্ৰতিৰোধ ঐক্যমঞ্চৰ প্ৰতিনিধিত্বমূলক ৰাজহুৱা সভা
জীয়াঢল নদী বান প্ৰতিৰোধ ঐক্যমঞ্চৰ মুখ্য আহ্বয়ক মনেশ্বৰ গগৈয়ে আঁত ধৰা সভাত স্থানীয় বানাক্ৰান্ত ৰাইজৰ লডতে ধেমাজি জিলা ছাত্র সন্থা , অসম জাতীয়তাবাদী যুৱ পৰিষদ , কৃষক মুক্তি সংগ্ৰাম সমিতি আদি বিভিন্ন দল সংগঠনৰ প্ৰতিনিধিয়ে অংশগ্ৰহণ কৰে।
লগতে পঢ়ক :ষ্টেনফ’ৰ্ড বিশ্ববিদ্যালয়ৰ বিজ্ঞানীৰ তালিকাত বকলীয়াঘাটৰ উজ্জ্বল কুমাৰ সাহা