মেষ ৰাশি: স্বাস্থ্য ভালে ৰখাত মনোযোগ দিব ৷ নতুন ব্যৱসায় আৰম্ভ কৰাত সতৰ্কতা অৱলম্বন কৰিব ৷ প্ৰেমত ভাল ৷ কোনো কোনো ক্ষেত্ৰত এলেহুৱা হৈ পৰিব পাৰে ৷ দিনটো সক্ৰিয়তা অনুভৱ হʼব ৷
বৃষ ৰাশি:শুভ দিন ৷ সফলতা লাভ কৰিব ৷ পৰিশ্ৰম কৰিলে লক্ষ্যত উপনীত হ’ব ৷ দিনটো আনন্দময় হ’ব ৷ বন্ধুৰ লগত সম্পৰ্ক ভাল হ’ব ৷ পৰিয়ালৰ লগত সৰুসুৰা ভ্ৰমণৰ পৰিকল্পনা কৰিব পাৰে ৷ প্ৰেমত শুভ ৷
মিথুন ৰাশি:দিনটো প্ৰায় ভাল হ’ব ৷ সফলতা লাভ কৰিব ৷ ভাগ্য ভাল হʼব ৷ লক্ষ্যত সফল হʼব ৷ কৰ্ম জীৱনত ভাল পদোন্নতি লাভ কৰিব ৷ কর্ম ব্যস্ততা অধিক বৃদ্ধি পাব ৷ কর্ম ব্যস্ততাই ব্যক্তিগত জীৱন প্ৰভাৱান্বিত হʼব ৷ সন্ধিয়া প্ৰায় ভাল হʼব ৷
কৰ্কট ৰাশি: পৰিয়ালৰ মাজত তৰ্ক-বিতৰ্ক হʼব পাৰে ৷ সন্তানৰ অসফলতাৰ বাবে নিৰুৎসাহিত হৈ পৰিব পাৰে ৷ পৰচৰ্চাৰ পৰা আঁতৰত থাকিব ৷ দিনটো প্ৰায় ভাল হʼব ৷ সন্ধিয়া প্ৰায় ভাল হʼব ৷
সিংহ ৰাশি: নিজৰ ওপৰত বিশ্বাস ৰাখিব, লক্ষ্যত সফল হ’ব ৷ সঠিক মনোবৃত্তি আহৰণ কৰাৰ যোগেদি সফল হʼব ৷ সহজতে নিৰুৎসাহিত হৈ নপৰিব ৷ গৌৰৱ কৰিব ৷ কৰ্মজীৱনত ভাল ফল লাভ কৰিব ৷
কন্যা ৰাশি: প্ৰতিভা বিকাশৰ সুযোগ লাভ কৰিব ৷ সফলতা লাভ কৰিব ৷ পৰচৰ্চাৰ পৰা আঁতৰত থাকিব ৷ দিনটো প্ৰায় ভাল হʼব ৷ শুভ দিন ৷