অসম

assam

আজিৰ দিনটোৰ ৰাশিফল

By

Published : Sep 23, 2021, 12:01 AM IST

কেনে যাব আপোনাৰ আজিৰ দিনটো ? চাওক দিনটোৰ ৰাশিফল...

daily horoscope
দিনটোৰ ৰাশিফল

মেষ ৰাশি : দিনটো কিছু কঠিন হ’ব ৷ আৱেগৰ বশৱৰ্তী নহ’ব ৷ যুক্তিসূত্ৰ চিন্তাধাৰাৰে যুঁজিবলৈ চেষ্টা কৰক ৷ পৰচৰ্চা কৰাৰ পৰা বিৰত থাকক ৷ লক্ষ্য প্ৰাপ্তি নহ’বও পাৰে ৷

বৃষ ৰাশি : দিনটো মধ্যমীয়া ৷ কৰ্মব্যস্ততা বৃদ্ধি ৷ কৰ্মব্যস্ততাৰ প্ৰভাৱ ব্যক্তিগত জীৱনত পৰিব ৷ অৱশ্যে নতুন কৰ্মত মনোনিৱেশ কৰিব পাৰে ৷ সফলতা লাভ ৷

মিথুন ৰাশি : দিনটো মধ্যমীয়া ৷ কৰ্মব্যস্ততা বৃদ্ধি ৷ কৰ্মব্যস্ততাৰ প্ৰভাৱ ব্যক্তিগত জীৱনত পৰিব ৷ যোগাসন কৰক ৷ মানসিক শান্তি লাভ হ’ব ৷

কৰ্কট ৰাশি : দিনটো শুভ ৷ পৰিশ্ৰমৰ ফল লাভ ৷ গ্ৰহৰ স্থান ভাল ৷

সিংহ ৰাশি : দিনটো মধ্যমীয়া ৷ পৰচৰ্চা কৰাৰ পৰা বিৰত থাকক ৷ শান্ত হৈ কৰ্ম সম্পাদন কৰক ৷

কন্যা ৰাশি : দিনটো কিছু কঠিন হ’ব ৷ গ্ৰহৰ স্থান ভাল নহয় ৷ নিজৰ ওপৰত ভৰষা ৰাখক ৷ সতৰ্কতা অৱলম্বন কৰক ৷

তুলা ৰাশি : দিনটো মধ্যমীয়া ৷ কৰ্মত সফল ৷ পৰিশ্ৰমৰ ফল লাভ ৷ প্ৰেমত শুভ ৷ বন্ধু-বৰ্গৰ সৈতে সম্পৰ্ক উন্নত ৷

বৃশ্চিক ৰাশি : দিনটো শুভ ৷ ব্যৱসায়ত শুভ ৷ সময়ৰ সদব্যৱহাৰ কৰক ৷

ধনু ৰাশি : দিনটো প্ৰায় শুভ ৷ কৰ্ম ব্যৱসায়ত সফল ৷ ভ্ৰমণৰ যোগ ৷

মকৰ ৰাশি : দিনটো প্ৰায় শুভ ৷ পৰিয়াল তথা বন্ধু-বৰ্গৰ সৈতে সম্পৰ্ক উন্নত ৷ ভ্ৰমণৰ যোগ ৷ প্ৰেমত শুভ ৷

কুম্ভ ৰাশি : দিনটো প্ৰায় শুভ ৷ পৰিয়ালৰ সৈতে সম্পৰ্ক উন্নত যদিও মতানৈক্য হোৱাৰ সম্ভাৱনা ৷ শান্ত হৈ কৰ্ম সম্পাদন কৰক ৷ সন্তানৰ যতন লওক ৷

মীন ৰাশি : দিনটো মধ্যমীয়া ৷ কৰ্মব্যস্ততা বৃদ্ধি ৷ কৰ্মব্যস্ততাৰ প্ৰভাৱ ব্যক্তিগত জীৱনত পৰিব ৷ অৱশ্যে কৰ্ম জীৱন ভাল বন্ধু লাভ ৷

ABOUT THE AUTHOR

...view details