নিউজ ডেস্ক, ২৪ এপ্ৰিলঃ ফেছবুকত সকলোতকৈ সৰ্বাধিক লাইকেৰে লোকপ্ৰিয় বিশ্ব নেতাৰ খিতাপ দখল কৰিলে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে । প্ৰধানমন্ত্ৰী গৰাকীয়ে নিজৰ পেইজত প্ৰায় ৪৫ মিলিয়ন লাইকেৰে বিশ্বৰ সকলোতকৈ জনপ্ৰিয় নেতা হিচাপে পৰিগণিত হয় মোডী ।
আনহাতে,প্ৰায় ২৭ মিলিয়ন লাইকেৰে ফেছবুকৰ দ্বিতীয় সৰ্বশ্ৰেষ্ঠ জনপ্ৰিয় লোকনেতাৰ স্থানত আছে আমেৰিকাৰ ৰাষ্ট্ৰপতি ড'নাল্ড ট্ৰাম্প । আৰু ১৬.৮ মিলিয়ন লাইকেৰে তৃতীয় স্থানত আছে জৰ্ডানৰ মহাৰাণী ৰানিয়া ।