অসম

assam

ETV Bharat / bharat

ৰাজস্থানৰ মৰুভূমিত আঠখনকৈ দেশৰ সেনাৰ কুচকাৱাজ

ভাৰতীয় সেনাৰ সহযোগত সোমবাৰৰ পৰা আৰম্ভ হৈছে ষষ্ঠ সংখ্যক "আৰ্মী স্কাউট মাষ্টাৰছ কম্পিটিশ্বন" ৷ চীন, ৰাছিয়া, বেলাৰুছ, আৰ্মেনিয়া, কাজাখাস্তান, উজবেকিস্তান আৰু চুডানৰ সেনাই অংশগ্ৰহণ কৰিছে প্ৰতিযোগিতাত ৷

ষষ্ঠ সংখ্যক আৰ্মী স্কাউট মাষ্টাৰছ কম্পিটিশ্বন

By

Published : Aug 6, 2019, 1:15 PM IST

নিউজ ডেস্ক, 6 আগষ্টঃ ভাৰতৰ ভূমিত আঠখনকৈ দেশৰ সেনাৰ কুচকাৱাজ ৷

এই কুচকাৱাজ হৈছে বিশ্বৰ বিভিন্ন সেনাবাহিনীৰ মাজত অনুষ্ঠিত হোৱা "International Army Scout Masters Competition" ৰ ষষ্ঠ সংস্কৰণ ৷ ভাৰতীয় সেনাৰ ৱেষ্টাৰ্ণ কামাণ্ডৰৰ উদ্যোগত আৰম্ভ হোৱা এই প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিছে চীন, ৰাছিয়া, বেলাৰুছ, আৰ্মেনিয়া, কাজাখাস্তান, উজবেকিস্তান আৰু চুডানৰ সেনাই ৷ আগষ্টৰ 5 তাৰিখৰ পৰা 16 আগষ্টলৈ চলিব সেনাৰ এই প্ৰতিযোগিতা ৷ নেভিগেশ্বন স্কিলছ, ইনডুৰেন্স, মাৰ্কছমেনশ্বিপ আৰু টীম স্পিৰিটৰ ওপৰত বিভিন্ন শাখাত প্ৰতিযোগিতাখন অনুষ্ঠিত হ'ব ৷

ষষ্ঠ সংখ্যক আৰ্মী স্কাউট মাষ্টাৰছ কম্পিটিশ্বন

ABOUT THE AUTHOR

...view details