অসম

assam

ETV Bharat / bharat

ৰাষ্ট্ৰীয় প্ৰেক্ষাপটত দিনটোৰ শীৰ্ষ বাতৰি

আজি উত্তৰাখণ্ডত 6 টাকৈ মেগা প্ৰকল্প উদ্বোধনী কৰিব প্ৰধানমন্ত্ৰী মোডীয়ে ৷ মেহবুবা মুফ্টিৰ মুক্তি সন্দৰ্ভত আজি আবেদনৰ শুনানি গ্ৰহণ কৰিব উচ্চতম ন্যায়ালয়ে ৷ আজিৰ পৰা আৰম্ভ হ'ব উড়িশা বিধানসভাৰ বৰ্ষাকালীন অধিৱেশন ৷ আজি দিল্লী উচ্চ ন্যায়ালয়ত 2G গোচৰৰ এখন আবেদনৰ শুনানিৰ ৰায়দান ৷

Important national events to look for today
ৰাষ্ট্ৰীয় প্ৰেক্ষাপটত দিনটোৰ শীৰ্ষ বাতৰি

By

Published : Sep 29, 2020, 9:14 AM IST

1. আজি উত্তৰাখণ্ডত 6 টাকৈ মেগা প্ৰকল্প উদ্বোধনী কৰিব প্ৰধানমন্ত্ৰী মোডীয়ে

আজি ভিডিঅ' কনফাৰেন্সিঙৰ জৰিয়তে উত্তৰাখণ্ডত নমামী গংগে মিছনৰ অধীনত ছয়টাকৈ মেগা প্ৰকল্প উদ্বোধনী কৰিব প্ৰধানমন্ত্ৰী মোডীয়ে ৷

প্ৰধানমন্ত্ৰী মোডী

2. মেহবুবা মুফ্টিৰ মুক্তি সন্দৰ্ভত আজি আবেদনৰ শুনানি গ্ৰহণ কৰিব উচ্চতম ন্যায়ালয়ে

মঙলবাৰে উচ্চতম ন্যায়ালয়ে কাশ্মীৰৰ প্ৰাক্তন মুখ্যমন্ত্ৰী মেহবুবা মুফ্টীৰ মুক্তি সন্দৰ্ভত কৰা আবেদনৰ শুনানি গ্ৰহণ কৰিব৷ এই আবেদন দাখিল কৰিছিল মুফ্টীৰ কন্যা ইলতিজা মুফ্টীয়ে ৷

মেহবুবা মুফ্টিৰ মুক্তি

3. আজিৰ পৰা আৰম্ভ হ'ব উড়িশা বিধানসভাৰ বৰ্ষাকালীন অধিৱেশন

আজিৰ পৰা উড়িশা বিধানসভাৰ বৰ্ষাকালীন অধিৱেশন আৰম্ভ হ'ব ৷ 7 অক্টোবৰত অন্ত পৰিবলগা এই বৰ্ষাকালীন অধিৱেশনত 16 খনকৈ বিধেয়ক উত্থাপন কৰা হ'ব ৷

উড়িশা বিধানসভাৰ বৰ্ষাকালীন অধিৱেশন

4. 2G গোচৰ : আজি দিল্লী উচ্চ ন্যায়ালয়ত আবেদনৰ শুনানিৰ ৰায়দান

2G গোচৰ সন্দৰ্ভত ইডি(ED) আৰু CBI(চিবিআই) য়ে ক্ষিপ্ৰতাৰে শুনানি গ্ৰহণৰ আবেদনৰ আজি ৰায়দান কৰিব ৷

দিল্লী উচ্চ ন্যায়ালয়

ABOUT THE AUTHOR

...view details