অসম

assam

ETV Bharat / bharat

কংগ্ৰেছ নেতা ৰাহুল গান্ধী আৰু কমল নাথৰ মাজত শব্দ যুদ্ধ

মধ্য প্ৰদেশৰ মন্ত্ৰী ইমাৰ্তি দেৱীৰ বিৰুদ্ধে সহকৰ্মী কমল নাথে কৰা অপমানসূচক মন্তব্যৰ দ্বাৰা ব্যৱহৃত ভাষাক তীব্ৰ ভাষাৰে গৰিহনা জনাই কংগ্ৰেছ নেতা ৰাহুল গান্ধীয়ে ৷

War of words between Rahul and Kamal Nath over 'item' jibe
কংগ্ৰেছ নেতা ৰাহুল গান্ধী আৰু কমল নাথৰ মাজত শব্দ যুদ্ধ

By

Published : Oct 20, 2020, 7:08 PM IST

নিউজ ডেস্ক, 20 অক্টোবৰ :মঙলবাৰে কংগ্ৰেছ নেতা ৰাহুল গান্ধীয়ে মধ্য প্ৰদেশৰ মন্ত্ৰী ইমাৰ্তি দেৱীৰ বিৰুদ্ধে সহকৰ্মী কমল নাথে কৰা অপমানসূচক মন্তব্যৰ দ্বাৰা ব্যৱহৃত ভাষাক তীব্ৰ ভাষাৰে গৰিহনা জনায় ৷

তেওঁ এক প্ৰেছ সন্মিলনত কয় যে, কমল নাথ মোৰ দলৰ; কিন্তু ব্যক্তিগতভাৱে তেওঁ ব্যৱহাৰ কৰা ভাষাৰ প্ৰকাৰ মই ভাল পোৱা নাই ৷

উল্লেখ্য যে, 18 অক্টোবৰত গোৱালিয়ৰৰ দাব্ৰা চহৰত এক নিৰ্বাচনী সভাত ভাষণ দিয়াৰ সময়ত ইমাৰ্টি দেৱীক প্ৰতাৰণ সূচক মন্তব্য প্ৰদান কৰিছিল কংগ্ৰেছৰ জ্যেষ্ঠ নেতা কমল নাথে ৷

লগতে পঢ়ক :নৰ্থ ইষ্ট কেন্সাৰ হাস্পতালৰ উদ্যোগত স্তন কেন্সাৰৰ সজাগতামূলক চাইকেল ৰেলী

ABOUT THE AUTHOR

...view details