নিউজ ডেস্ক,14জুলাইঃভাৰতবৰ্ষত শনিবাৰৰ লৈকে কোভিড-19আক্ৰান্তৰ সংখ্যা 9,06,752 হোৱাৰ বিপৰীতে 23,727 গৰাকী কোভিড-19 আক্ৰান্ত ৰোগী মৃত্যু হয় ৷
ভাৰতত কোভিড-19ত আক্ৰান্তৰ সংখ্যা 9,06,752 লৈ বৃদ্ধি
সম্প্ৰতি সমগ্ৰ দেশতে কোভিড-19 সংহাৰী ৰূপ ধাৰণ কৰিছে ৷ ভাৰতত 9,067,752 গৰাকী লোক কোভিড-19 আক্ৰান্ত হোৱাৰ বিপৰীতে 5,71,460 গৰাকী সুস্থ হৈ উঠিছে ৷
ভাৰতত কোভিড-19ত আক্ৰান্তৰ সংখ্যা 9,06,752 লৈ বৃদ্ধি
স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰালয়ৰ তথ্য অনুসৰি 14 জুলাই পৰ্যন্ত 3,11,565 গৰাকী ৰোগীৰ দেহত কোভিড-19 সক্ৰিয় হৈ আছে ৷
লগতে পঢ়কঃ ৰাজ্যৰ পুনৰ 1001 গৰাকী আক্ৰান্ত কোভিড-19 ত