নিউজ ডেস্ক, 26 মাৰ্চঃদেশত ক্ৰমাৎ বৃদ্ধি পাইছে কৰ'ণা আক্ৰান্ত ৰোগীৰ সংখ্যা ৷ বৃহস্পতিবাৰে বাতৰি লিখা পৰলৈকে কৰ'ণা ভাইৰাছত আক্ৰান্তৰ সংখ্যা 649 হয়গৈ ৷ কেন্দ্ৰীয় স্বাস্থ্য বিভাগে সদৰী কৰিছে এই তথ্য ৷ মহাৰাষ্ট্ৰত কৰ'ণাত আক্ৰান্তৰ সংখ্যা সৰ্বাধিক 128 (বিদেশী নাগৰিককে ধৰি) আৰু দ্বিতীয় স্থানত আছে 122 জনেৰে কেৰালা ৷
ক্ৰমাৎ বৃদ্ধি পাইছে কৰ'ণাত আক্ৰান্তৰ সংখ্য়া
বৃহস্পতিবাৰে বাতৰি লিখা পৰলৈকে কৰ'ণা ভাইৰাছত আক্ৰান্তৰ সংখ্যা 649 হয়গৈ ৷
ক্ৰমাৎ বৃদ্ধি পাইছে কৰ'ণাত আক্ৰান্তৰ সংখ্য়া