নিউজ ডেস্ক, 7 জুন :হিমাচল প্ৰদেশৰ চিমলাৰ ইন্দিৰা গান্ধী চিকিৎসা মহাবিদ্যালয় আৰু হাস্পাতালত (Indira Gandhi Medical College & Hospital, Shimla) দেওবাৰে ক’ভিড 19 ত আক্ৰান্ত হৈ এটা 11 দিনীয়া শিশুৰ মৃত্যু হয় । শনিবাৰে সন্ধিয়া শিশুটোক দেহত ক’ভিড-19 (Covid-19) ৰ অৱস্থিতি ধৰা পৰে ৷ ইয়াৰ পাছতেই শিশুটোক চিকিৎসালয়ত ভৰ্তি কৰি চিকিৎসা প্ৰদান কৰা হয় ।
চিমলাত ক’ভিডত পাঁচজন লোকৰ মৃত্যু
হিমাচল প্ৰদেশত দেওবাৰে ক’ভিড মহামাৰীৰ ফলত পাঁচজন লোকৰ মৃত্যু হয় ৷ ক’ভিডত আক্ৰান্ত হৈ মৃত্যু হোৱা আটাইকেইজন ব্যক্তি পঞ্চাশ বছৰৰ উৰ্ধৰ ৷
চিমলাত ক’ভিডত 11 দিনীয়া শিশুৰ মৃত্যু
হিমাচল প্ৰদেশত দেওবাৰে ক’ভিড মহামাৰী (Covid-19)ৰ ফলত পাঁচজন লোকৰ মৃত্যু হয় ৷ ক’ভিডত আক্ৰান্ত হৈ মৃত্যু হোৱা আটাইকেইজন ব্যক্তি পঞ্চাশ বছৰ উৰ্ধৰ ৷ ইয়াৰে তিনিগৰাকী ৰোগী চিকিৎসালয়খনত চিকিৎসাধীন হৈ আছিল ৷
লগতে পঢ়ক :ছিণ্ডিকেট আৰু দুৰ্নীতিৰ বিৰুদ্ধে শূন্য সহনশীল চৰকাৰ: বিপ্লৱ দেৱ