মেষ ৰাশি :নতুন দায়িত্ব বহন কৰিব ৷ নতুন কর্মত ব্যস্ত হৈ পৰিব ৷ কৰ্মব্যস্ততা বৃদ্ধি ৷ ভাগৰ অনুভৱ কৰিব ৷
বৃষ ৰাশি :ব্যৱসায় বঢ়াবৰ বাবে পৰিকল্পনা কৰিব পাৰে ৷ ব্যৱসায়ৰ বাবে ভ্ৰমণ কৰিব লগা হ’ব পাৰে । কৰ্মস্থলীত জ্যেষ্ঠসকলৰ দ্বাৰা প্ৰভাম্বিত হব ৷ পদোন্নতিৰ যোগ ৷ পিতৃ তথা বয়োজেষ্ঠসকলৰ পৰা উপকৃত হ’ব ।
মিথুন ৰাশি : সতৰ্ক হোৱা উচিত ৷ আপোনাৰ কথাই কাৰোবাক আঘাত কৰিব পাৰে ৷ প্ৰেমত শুভ ৷ বিবাহৰ যোগ ৷
কৰ্কট ৰাশি : ভোজ, সুস্বাদ্যু আহাৰ, সুন্দৰ সজ্জা আৰু বহু-সাংস্কৃতিক কথা-বতৰাই দিনটো ব্যস্ত কৰি ৰাখিব । দিনটো আনন্দময় ৷ ক্ৰোধক নিয়ন্ত্ৰণত ৰাখক । আৰ্থিক আৰু পেচাদাৰী ক্ষেত্ৰত সকলো উন্নত হ’ব ৷ ভ্ৰমণৰ যোগ ৷
সিংহ ৰাশি :আৰ্থিক সম্পদ অৰ্জন কৰিবলৈ ব্যৱসায় বিস্তাৰৰ বাবে সঠিক দিন । বন্ধুৰ সৈতে ফুৰিবলৈ বা বজাৰলৈ যাব পাৰে ৷
কন্যা ৰাশি : দিনটো শুভ ৷ নতুন আৰু ষ্টাইলিচ পোছক ক্ৰয় কৰিব পাৰে । ব্যৱসায়ী আৰু পেচাদাৰীসকলৰ বাবে দিনটো ফলদায়ক । কৰ্মস্থলীত প্ৰতিদ্বন্দ্বীসকলতকৈ নিজকে শ্ৰেষ্ঠ বুলি প্ৰমাণ কৰিব পাৰিব ৷ সুখী অনুভৱ কৰিব ৷