ETV Bharat / briefs

This Assam school boasts of 'light weight' school bags!

At a time, when MHRD and Assam government have ordered all the schools to reduce the weight of school bags, Shiksha Rectrix school of Dhemaji district in Assam has arranged two sets of books for its students so that they don't need to carry an extra burden every day. The state government has set May 30 as the deadline to abide by the Madras High Court's guidelines on school bags.

Shiksha Rectrix school, Dhemaji, Assam
author img

By

Published : May 15, 2019, 11:46 PM IST

Dhemaji: Tiny tots burdened with bulky school bags is a heart-rending sight! The crushing weight of books and other materials, which are sometimes beyond their study grade, have been exerting severe stress on the delicate back of the children.

In the majority of instances, bags are often heavier than the weight of the child and there is no denying that it is hazardous for their health.

Last year in November, in line with the Madras High Court's guidelines, the Ministry of Human Resource Development (MHRD) instructed all states and union territories to “formulate guidelines” regulating the weight of schoolbags.

Following the instructions, a school in Upper Assam's Dhemaji district has taken a commendable initiative to reduce the load on school students.

The Shiksha Rectrix School of the town has arranged two sets of books for its students so that they do not need to carry the extra burden every day. The students from class 1-5 should carry school bags weighing 2.5 kgs, including lunch box and water bottle.

Shiksha Rectrix school, Dhemaji, Assam
The school has taken this initiative to help its students grow, both mentally and physically.
Also, the school has been appealing to other schools and parents to follow the guidelines of the government, as mental happiness is important for the growth of the child.

The state government has set May 30 as the deadline to abide by the Madras High Court's guidelines on school bags.

Intro:শিশুৰ পিঠিত মাত্ৰাধিক ওজনৰ স্কুল বেগৰ বোজা :::::::
ধেমাজি এখন বিদ্যালয়ৰ স্কুল বেগৰ ওজন হ্ৰাসৰ পদক্ষেপ ::::। এক ইতিবাচক বাৰ্তা ।

Body:ধেমাজি , 13, মে : শিক্ষা গ্ৰহনৰ নামত কন কন ছাত্র ছাত্ৰীৰ ওপৰত কিতাপ পত্ৰৰ মাত্ৰাধিক বোজাই শিশুৰ শাৰীৰিক মানসিক সমস্যা সৃষ্টি কৰি অহাৰ প্ৰতি লক্ষ্য ৰাখি কেন্দ্ৰীয় মানৱ সম্পদ মন্ত্ৰালয়ে সকলো ৰাজ্য চৰকাৰ লৈ মাত্ৰাধিক ওজনৰ বেগ নিয়াৰ ক্ষেত্ৰত কেতবোৰ গুৰুত্বপূৰ্ণ নিৰ্দেশনা জাৰি কৰিছে আৰু শেহতীয়াকৈ ৰাজ্য চৰকাৰেও এই নিৰ্দেশনা অসমৰ সকলো বিদ্যালয়সমূহলৈ প্ৰেৰন কৰা সময়তে ধেমাজি এখন ব্যক্তিগত খণ্ডৰ বিদ্যালয়ে গ্ৰহন কৰিছে এই পদক্ষেপ । ধেমাজি ৰ শিক্ষা ৰেক্টিছ নামৰ বিদ্যালয়খনে কেতবোৰ ব্যৱস্থা গ্ৰহণ কৰা পৰিলক্ষিত হৈছে । 2019 বৰ্ষত পহিলা জানুৱাৰীত স্থাপন হোৱা ব্যক্তিগত খণ্ডৰ এই বিদ্যালয়খনত পাঠদান আৰম্ভ হোৱাৰ দিনৰে পৰা ছাত্ৰ - ছাত্ৰী সকলৰ শাৰীৰিক মানসিক উত্তৰণৰ কথা চিন্তা কৰি স্কুল বেগ ওজন হ্ৰাস কৰাত গুৰুত্ব দিছে যাতে কেন্দ্ৰীয় মানৱ সম্পদ মন্ত্ৰাল ৰ দ্বাৰা নিধাৰন কৰা নীতি অনুযায়ী কাৰ্যকৰী কৰিব পাৰে ।সেই মতে ১ম আৰু ২য় শ্ৰেণীৰ ছাত্ৰ ছাত্ৰীয়ে 2.5 কি:গ্ৰা:, তৃতীয় আৰু পঞ্চমে 2.5 কি:গ্ৰা : আৰু ষষ্ঠ শ্ৰেণীৰ শিক্ষাৰ্থীয়ে 3.5 কি:গ্ৰা: ওজনৰ বেগ কঢ়িয়াই অনাৰ বিপৰীতে প্ৰাক প্ৰাথমিক ছাত্র ছাত্ৰীয়ে সামান্য ওজনৰ স্কুল বেগ কঢ়িয়াই আনি পাঠদান গ্ৰহণ কৰি আছে । কিয়নো বিদ্যালয়লৈ আহোতে ছাত্ৰ ছাত্ৰী সকলে স্কুল বেগত কেৱল ব হী , পানী বটল , টিফিন আদিহে আনিব লাগে । প্ৰয়োজনীয় কিতাপ সমুহ বিদ্যালয়ৰ শ্ৰেণী কোঠাত থকা নিৰ্দিষ্ট ঠাইৰ পৰা সংগ্ৰহ কৰি পাঠদান গ্ৰহন কৰে ।অৱশ্যে ইয়াৰ বাবে বিদ্যালয়ৰ কৰ্তৃপক্ষই ছাত্ৰ ছাত্ৰীৰ সুবিধাৰ্থে কিতাপৰ দুটা ছেটৰ ৱ্যৱস্থা কৰিছে । এটা ছেট বিদ্যালয়ৰ শ্ৰেণীৰ কোঠাত সযতনে ৰখাৰ বিপৰীতে আনটো ছেট অধ্যয়নৰ বাবে ঘৰত ৰখা ব্যৱস্থা কৰিছে ।

ফলস্বৰুপে কন কন শিক্ষাৰ্থী সকলে স্কুল বেগৰ মাত্ৰাধিক বোজাৰ পৰা সকাহ লাভ কৰি ছে আৰু ইয়ে শিশুৰ শাৰীৰিক আৰু মানসিক সমস্যাৰ দুৰ কৰি আনন্দ মনেৰে শিক্ষাগ্ৰহন কৰিবলৈ সক্ষম হোৱা বুলি তাৎপৰ্যপূৰ্ণভাৱে মন্তব্য কৰে বিদ্যালয়খনৰ অধ্যক্ষ বনজিৎ ভট্ৰ ই ‌। লগতে অন্যান্য বিদ্যালয়কো স্কুল বেগৰ ওজন কমোৱাত মনযোগ দিবলৈ আহ্বান জনাই অধ্যক্ষগৰাকীয়ে

byte....principal

ইপিনে বিদ্যালয়খনৰ এনে প্ৰচেষ্টাক আদৰণি জনাইছে অভিভাৱকসকলেও ।

byte...1&2..guardian...

মন কৰিবলগীয়া য়ে যি সময়ত ৰাজ্যত ব্যক্তিগত খণ্ডৰ বিদ্যালয় কৰ্তৃপক্ষই কন কন ছাত্র ছাত্ৰী সকল ক কিতাপ বহী ৰ অত্যাধিক ভৰৰ স্কুল বেগ বোজা দি
এক মানসিক নিৰ্যাতন চলাই অহাৰ অভিযোগ উত্থাপন আহিছে তেনে সময়ত ধেমাজিৰ জিলাৰ ভিতৰত প্ৰথমখন স্কুল বেগ ওজন হ্ৰাস কৰা বিদ্যালয় হিচাপে পৰিগণিত হোৱা বিদ্যালয়খনৰ এনে প্ৰয়াস নি সন্দেহে প্ৰশংসনীয় আৰু ইতিবাচক বাৰ্তা ।l

pradunya Bharali, Dhemaji, Assam, 14/5/2019

Conclusion:
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.