টিংখাঙত ভয়ংকৰ পথ দুৰ্ঘটনা - Road accident at Tingkhang
🎬 Watch Now: Feature Video

টিংখাঙত ভয়ংকৰ পথ দুৰ্ঘটনা(Road accident at Tingkhang) । তীব্ৰ বেগী ডাম্পাৰে মহতিয়াই নিলে দুগৰাকী স্কুটি আৰোহীক । গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত টিংখাং কেন্দুগুৰিৰ আশা তাঁতী আৰু ৰিমা তাঁতী নামৰ দুগৰাকী মহিলা(Two women seriously injured in road accident) । মহিলা দুগৰাকীয়ে ৰাজগড়ত বিশ্বকৰ্মা পূজাৰ সামগ্ৰী ক্ৰয় কৰি ঘৰলৈ উভতি অহাৰ পথতে সংঘটিত হয় এই দুৰ্ঘটনা । দুৰ্ঘটনাটোত গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হোৱা দুয়োগৰাকী মহিলাক সংকটজনক অৱস্থাত ডিব্ৰুগড়ৰ অসম চিকিৎসা মহাবিদ্যালয়লৈ প্ৰেৰণ কৰা হৈছে । আনহাতে দুৰ্ঘটনা সংঘটিত কৰে পলায়ন কৰে তীব্ৰ বেগী ডাম্পাৰখনে ।