thumbnail

By

Published : Sep 10, 2022, 10:48 PM IST

ETV Bharat / Videos

ধৰ্ষণ কৰি কিশোৰীক জীৱন্তে জ্বলাই দিয়াৰ অভিযোগ

উত্তৰ প্ৰদেশৰ মাধোতাণ্ডা আৰক্ষী থানাৰ অন্তৰ্গত এগৰাকী কিশোৰীক ধৰ্ষণ কৰি জ্বলাই দিয়াৰ এক জঘণ্য ঘটনা পোহৰলৈ আহিছে (Rape in Uttar Pradesh) ৷ আৰক্ষীয়ে উল্লেখ কৰা অনুসৰি, ঘটনাটো সংঘটিত হোৱাৰ তিনি দিনৰ পাচত পোহৰলৈ আহিছে এই তথ্য (Teenager burnt alive in Uttar Pradesh) ৷ বৰ্তমান আৰক্ষীয়ে উক্ত ঘটনা সন্দৰ্ভত আৰম্ভ কৰিছে তদন্ত ৷

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.