thumbnail

By

Published : Nov 1, 2021, 11:00 AM IST

ETV Bharat / Videos

ৰূপসী কৃষি প্ৰযুক্তি ব্যৱস্থাপনা সংস্থা কাৰ্যালয় মেৰামতি কামৰ শুভ উদ্বোধন

6 লাখ ৯০ হাজাৰ টকা ব্যয় সাপেক্ষে নিৰ্মাণ হ’বলগীয়া কলগাছিয়াস্থিত ৰূপসী কৃষি প্ৰযুক্তি ব্যৱস্থাপনা সংস্থাৰ কাৰ্যালয়ৰ মেৰামতি কামৰ শুভ উদ্বোধন কৰা হয় দেওবাৰে । উক্ত অনুষ্ঠানটোৰ শুভ উদ্বোধন কৰে জনীয়াৰ বিধায়ক ড° হাফিজ ৰফিকুল ইছলামৰ নমিনি নজৰুল ইছলামে । এ আই ইউ ডি এফ দলৰ জনীয়া সমষ্টি কমিটীৰ কাৰ্যকৰী সভাপতি অধিবক্তা নুৰুল ইছলামৰ সভাপতিত্বত আয়োজিত হয় এই অনুষ্ঠান ৷

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.