বাক্সাত গোৰ্খা জনগোষ্ঠীৰ লিংগ এপিং আৰম্ভ
🎬 Watch Now: Feature Video
বাক্সাৰ তামুলপুৰ ১ নং কালিপুৰত গোৰ্খা জনগোষ্ঠী লোক সকলৰ লিংগ এপিং আৰম্ভ । গোৰ্খা জনগোষ্ঠীৰ লোক সকলে পৰম্পৰাগত ভাৱে দূর্গা পূজাৰ সময়ত দোচেই টিকা লগোৱাৰ পিছতেই প্ৰতি গৰাকী লোকে নিজৰ নিজৰ শৰীৰটোক মাটিৰ পৰা ৫ ফুট ওপৰলৈ উঠাব লাগে । সেয়ে গোৰ্খা জনগোষ্ঠীৰ লোকসকলে প্ৰতিখন গাঁৱতে লিংক এপিংত প্ৰস্তুত কৰি শিশুৰ পৰা বৃদ্ধালৈকে উঠি শৰীৰটোৰ জোৰ পেলাবলৈ প্ৰয়াস কৰে ।