thumbnail

By

Published : Nov 4, 2021, 10:28 PM IST

ETV Bharat / Videos

কলগাছিয়াস্থিত অগ্নিনিৰ্বাপক বাহিনীৰ কাৰ্যালয়ত উদযাপন দীপাৱলী

কৰ্তব্য ব্যস্ততাৰ মাজতো কলগাছিয়াস্থিত অগ্নিনিৰ্বাপক বাহিনীৰ কাৰ্যালয়ত উলহ-মালোহেৰে উদযাপন পোহৰৰ উৎসৱ দীপাৱলী ৷ অগ্নিনিৰ্বাপক আৰু আপদকালীন সেৱা কেন্দ্ৰৰ বিষয়া কৰ্মচাৰীসকলে নিজৰ পৰিয়ালৰ পৰা দূৰত থাকিও এটা পৰিয়ালৰ দৰেই থাকি নিজৰ দায়িত্ব আৰু কৰ্তব্য পালন কৰি আহিছে ৷ বিশ্ব বাসীলৈ শান্তিৰ বাৰ্তা প্ৰেৰণ কৰাৰ মানসেৰে মাটিৰ চাকি, মম জ্বলাই কলগাছিয়াস্থিত অগ্নিনিৰ্বাপক বাহিনীৰ এই কৰ্মচাৰীসকলে আজি অৰ্থাৎ বৃহস্পতিবাৰে উদযাপন কৰিলে দীপাৱলী ৷

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.