গণতন্ত্ৰৰ প্ৰতি আস্থা নাই মুখ্যমন্ত্ৰীৰ: দেৱব্ৰত শইকীয়া - CM Himanta Biswa Sarma

🎬 Watch Now: Feature Video

thumbnail

By

Published : Jun 20, 2021, 9:21 PM IST

মুখ্যমন্ত্ৰী ড৹ হিমন্তবিশ্ব শৰ্মাই কৰা শেহতীয়া এক মন্তব্যৰ তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে বিৰোধী দলপতি দেৱব্ৰত শইকীয়াই । মুখ্যমন্ত্ৰীয়ে শনিবাৰে 'পাঁচ বছৰে বিৰোধী পক্ষত থাকি বিধায়কে কি কৰিব আৰু সেইবাবে সকলোৱে শাসকীয় পক্ষত থাকি কাম কৰক' বুলি কৰা মন্তব্য়ৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰি মুখ্যমন্ত্ৰীৰ গণতন্ত্ৰৰ প্ৰতি আস্থা নাই বুলি সমালোচনা কৰে বিৰোধী দলপতি দেবব্ৰত শইকীয়াই ৷

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.