AASU stage protest in Majuli: গৰাখহনীয়া ৰোধৰ দাবীৰে আছুৰ অৱস্থান ধৰ্মঘট কাৰ্যসূচী - AASU stage protest in Majuli

🎬 Watch Now: Feature Video

thumbnail

By

Published : Feb 2, 2022, 9:18 PM IST

মাজুলীত গৰাখহনীয়া ৰোধৰ দাবীৰে আছুৰ অৱস্থান ধৰ্মঘট কাৰ্যসূচী (Aasu stage protest) ৷ ভকত চপৰি, কমলাবাৰী ঘাট, চুমৈমাৰী, শালমৰা, কামজান এলেঙীত বিঘাই বিঘাই ভূমি দৈনিক বিলীন হৈছে লুইতত । কুম্ভকৰ্ণ নিদ্ৰাত মাজুলী সুৰক্ষাৰ দায়িত্বত থকা ব্ৰহ্মপুত্ৰ ব’ৰ্ড, কানসাৰ নাই জিলা প্ৰশাসনৰ । গৰা খহনীয়া ৰোধৰ প্ৰতিবাদত মাজুলী বনগাঁৱত প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ন কৰিছে পূৱ মাজুলী আঞ্চলিক ছাত্র সন্থাই । ব্ৰহ্মপুত্ৰ বৰ্ড গ' বেগ ধ্বনি দিয়াৰ লগতে হৈ অহা ব্যাপক খহনীয়া প্ৰতিৰোধৰ বাবে জিলা প্ৰশাসনক গুৰুত্ব প্ৰদানৰ দাবী জনায় (Demanding prevention of erosion in Majuli)।

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.