thumbnail

By

Published : Jun 26, 2023, 3:21 PM IST

ETV Bharat / Videos

Rhino at 37 NH in Kaziranga : কাজিৰঙাৰ 37 নং ৰাষ্ট্ৰীয় ঘাইপথত দুটা এশিঙীয়া গঁড়ৰ বিচৰণ

কলিয়াবৰ, 26 জুন : ৰাজপথত এশিঙীয়া গঁড়ৰ বিচৰণ ৷ সোমবাৰে কাজিৰঙাৰ 37 নং ৰাষ্ট্ৰীয় ঘাইপথত মুক্তমনে দুটা এশিঙীয়া গঁড়ে বিচৰণ কৰি থকা দেখিবলৈ পোৱা গৈছে ৷ 37 নং ৰাষ্ট্ৰীয় ঘাইপথত মুক্তমনে দুটা এশিঙীয়া গঁড় দুটাই বিচৰণ কৰি থকা দেখি খন্তেকৰ বাবে নিলগতে ৰৈ গ’ল উজনি-নামনি যাত্ৰী ৷

অতি মুক্তমনে কাজিৰঙাৰ 37 নং ৰাষ্ট্ৰীয় ৰাজপথত এশিঙীয়া গঁড়ৰ দুটাই বিচৰণ কৰি থকা দেখি আপ্লুত হৈ পৰিল পথচাৰীও ৷ কিছু সময় কাজিৰঙাৰ ৰাজপথত বিচৰণ কৰাৰ অন্তত গঁড় দুটা পুনৰ ৰাষ্ট্ৰীয় উদ্যানলৈ সোমাই যায় ৷ টাটু বৰদলৈ নামৰ এগৰাকী আৰক্ষীয়ে গঁড়ৰ মুক্ত বিচৰণৰ সুন্দৰ দৃশ্যাংশ বন্দী কৰে কেমেৰাত ।

লগতে পঢ়ক : Rhino at Kaliabor : কাঞ্চনজুৰিৰ 37 নং ৰাষ্ট্ৰীয় ঘাইপথত এশিঙীয়াৰ মুক্ত বিচৰণ

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.