thumbnail

By

Published : Nov 25, 2022, 4:21 PM IST

Updated : Feb 3, 2023, 8:33 PM IST

ETV Bharat / Videos

Municipal workers Protest: বোকাখাতত পৌৰ-নিকায় কৰ্মচাৰী সন্থাৰ অৱস্থান ধৰ্মঘট

সদৌ অসম পৌৰ-নিকায় কৰ্মচাৰী সন্থাৰ আহ্বানমৰ্মে শুকুৰবাৰে সমগ্ৰ অসমতে অচল হৈ পৰে পৌৰ কাৰ্যালয়সমূহ(All Assam Municipal Employees Association) । বোকাখাত পৌৰসভা কাৰ্যালয়তো পৌৰ কৰ্মচাৰীসকলে পুৱা পাঁচ বজাৰ পৰা ধৰ্মঘট কাৰ্যসূচী ৰূপায়ন কৰে । পৌৰ-নিকায় কৰ্মচাৰীসকলে অনাদায় দৰমহা আৰু অন্যান্য সা-সুবিধা প্ৰদানৰ দাবীত এই প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ন কৰে(Municipal workers strike at Bokakhat) । এই প্ৰতিবাদত বিশেষকৈ পৌৰ চাফাইকৰ্মী, অভিযন্তা, কাৰ্যালয় সহায়কসকলে অংশগ্ৰহণ কৰাত আজি দিনটোৰ বাবে স্থবিৰ হৈ পৰে পৌৰ কাৰ্যালয়সমূহৰ কামকাজ ।
Last Updated : Feb 3, 2023, 8:33 PM IST

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.