MP Dilip Saikia on Lachit Barphukan: চিবিএছই-এনচিআৰটিৰ পাঠ্যক্ৰমত লাচিত বৰফুকনক অন্তৰ্ভুক্ত কৰাৰ দাবী সংসদত তুলিলে দিলীপ শইকীয়াই - Lachit Barphukan 400 birth anniversary
🎬 Watch Now: Feature Video

"লাচিত বৰফুকনৰ 400 সংখ্যক জন্ম জয়ন্তী (Lachit Barphukan 400 birth anniversary) উপলক্ষে চিবিএছই আৰু এনচিআৰটিৰ পাঠ্যক্ৰমত লাচিত বৰফুকনৰ জীৱনী অন্তৰ্ভুক্ত কৰাব লাগে আৰু লগতে লাচিত বৰফুকনৰ প্ৰতিমূৰ্তি সংসদ ভৱনত নিৰ্মাণ কৰিব লাগে (MP Dilip Saikia on Lachit Barphukan at Parliament)৷ আহোম সেনাই 17 বাৰকৈ মোগলক পৰাস্ত কৰি সমগ্ৰ উত্তৰ পূৰ্বাঞ্চলৰ লগতে দক্ষিণ এছিয়াৰ পৰা মোগলক খেদি পঠিয়াইছিল ৷ লাচিত বৰফুকনক পূৰ্বোত্তৰৰ শিৱাজী নামেৰেও আখ্যা দিয়া হয় ৷" মঙলদৈ লোকসভা সমষ্টিৰ সাংসদ দিলীপ শইকীয়াই সদনৰ মজিয়াত আজি উত্থাপন কৰে এই দাবী (MP Dilip Saikia on Lachit Barphukan) ৷
Last Updated : Feb 3, 2023, 8:35 PM IST