বিহুৰ আখৰাত ব্যস্ত নলবাৰীৰ একাংশ যুৱতী-মহিলা - নলবাৰী
🎬 Watch Now: Feature Video

নলবাৰীৰ শ্বহীদ ভবন বাকৰিত নৃত্যাংগনাৰ উদ্যোগত ১০ দিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত হোৱা ৰঙালী বিহুৰ কৰ্মশালাখনো শনিবাৰে সমাপ্ত হয় । কৰ্মশালাখনত জিলাখনৰ বহু যুৱতী-মহিলাই অংশগ্ৰহণ কৰাৰ লগতে প্ৰশিক্ষক হিচাপে উপস্থিত থাকে ডি.আই.বিহুৰাণীৰ জোন দলে আৰু মণিকাঞ্চন কোৱৰে ।