Last rites of Neel Pawan Baruah: আজি নৱগ্ৰহ শ্মশানত চিৰদিনৰ বাবে শুই পৰিব নীলপৱন বৰুৱা - Neel Pawan Baruah death
🎬 Watch Now: Feature Video

অৱশেষত জীৱন নাটৰ যৱনিকা পেলাই জোনবাইৰ দেশলৈ গ’লগৈ শিল্পী নীলপৱন বৰুৱা (Neel Pawan Baruah death) ৷ য’ত আছে তেওঁৰ প্ৰাণৰো অধিক আপোন প্ৰিয়তমা দিপালী বৰঠাকুৰ ৷ আজি নৱগ্ৰহ শ্মশানত ৰাজ্যিক মৰ্যাদাৰে শেষকৃত্য সমাপন কৰা হ’ব বিশিষ্ট শিল্পীগৰাকীৰ (Last rites of Neel Pawan Baruah) ৷ নীলপৱন বৰুৱাৰ ভতিজাকে মুখাগ্নি কৰিব তেওঁৰ ৷
Last Updated : Feb 3, 2023, 8:30 PM IST