thumbnail

By

Published : Dec 19, 2022, 10:20 PM IST

Updated : Feb 3, 2023, 8:36 PM IST

ETV Bharat / Videos

Rakesh Brahma held press conference: বিটিআৰৰ দ্বিতীয় বৰ্ষপূৰ্তি উপলক্ষ্যে কাৰ্যবাহী সদস্য ৰাকেশ ব্ৰহ্মৰ সংবাদ মেল

সোমবাৰে বাক্সা জিলাৰ উপায়ুক্তৰ কাৰ্যালয়ত বি টি আৰৰ কাৰ্যবাহী সদস্য ৰাকেশ ব্ৰহ্মই এক সংবাদমেলৰ আয়োজন কৰে (BTR EM Rakesh Brahma)। বি টি আৰ চৰকাৰৰ দ্বিতীয় বৰ্ষপূৰ্তি উপলক্ষে কাৰ্যবাহী সদস্যগৰাকীয়ে সংবাদমেলযোগে চৰকাৰৰ বিভিন্ন আঁচনি, কাম-কাজৰ বিষয়ে বিশ্লেষণ কৰে (Press conference at Baksa DC office)। বি টি আৰ চৰকাৰে পূৰ্বতকৈ বহু পৰিবৰ্তন কৰিছে বুলি দোহাৰি বি টি আৰ অঞ্চলৰ বহুকেইগৰাকী মেধাবী ছাত্ৰ-ছাত্ৰীক বি টি আৰ চৰকাৰে লোকসেৱা আয়োগৰ কোচিং দি থকাৰ কথা উল্লেখ কৰে । ইয়াৰোপৰি ৰাজ্য চৰকাৰৰ মুখ্যমন্ত্ৰী আৰু বি টি আৰ চৰকাৰৰ মুখ্য কাৰ্যবাহী প্ৰমোদ বড়োৰ নেতৃত্বত বি টি আৰ অঞ্চলত বহু পৰিবৰ্তন হোৱা বুলি সদৰি কৰে ।
Last Updated : Feb 3, 2023, 8:36 PM IST

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.