ETV Bharat / state

তিনিচুকীয়াত গাঁৱে গাঁৱে লক ডাউন...

author img

By

Published : Mar 27, 2020, 11:51 PM IST

কৰণা ভাইৰাছ সংক্ৰমণ ৰোধৰ বাবে দেশজুৰি বলবৎ হৈ আছে লকডাউন। লকডাউনৰ সময়ছোৱাত অসমৰ গাঁও সমূহত কেনে পৰিৱেশ? গাওঁ সমূহৰ ৰাইজে কেনেদৰে কৰণাৰ বিৰুদ্ধে লৈছে সজাগতা ? চাওক আমাৰ এই প্ৰতিবেদন

গাঁৱে গাঁৱে লক ডাউন
গাঁৱে গাঁৱে লক ডাউন

তিনিচুকীয়া,27 মাৰ্চঃ বিশ্বজুৰি কৰণাৰ ভয়ংকৰ ৰূপ,ভাৰততো দ্ৰুত হাৰত বৃদ্ধি হৈছে সংক্ৰমিত ৰোগীৰ সংখ্যা,কৰণাৰ সংক্ৰমণ ৰোধিবলৈ দেশজুৰি লকডাউন, ৰাজ্যৰ গাঁও অঞ্চলত ব্যাপক সতৰ্কতা, কোনো কোনো অঞ্চলত যদি ৰাইজ ওলাই আহিছে তিনিচুকীয়াৰ এটা অঞ্চলত দেখা গৈছে ব্যাপক সতৰ্কতা ৷ ৰাইজ সাজু হৈছে কৰ'ণা ভাইৰাছক ৰুধিবলৈ ৷

তিনিচুকীয়াত গাঁৱে গাঁৱে লক ডাউন...

চৰকাৰৰ আহ্বানৰ পিচতে চিনিচুকীয়াৰ ফিল'বাৰী আৰু বুঢ়ীদিহিং অঞ্চলৰ গাঁওসমূহত কি ব্যৱস্থা গ্ৰহণ কৰিছে ? নগৰ সমূৰ তুলনাত গাওঁ সমূহত এতিয়া মৰিশালিৰ নিস্তব্ধতা । তিনিচুকীয়া জিলাৰ সৰহ সংখ্যক গাওঁতে গাওঁৰ বাহিৰা ব্যক্তিৰ প্ৰৱেশ নিষিদ্ধ কৰা হৈছে ৷ সমান্তৰাল ভাৱে বন্ধ কৰি দিয়া হৈছে গাঁৱলৈ প্ৰৱেশ কৰা মুল পথ সমূহো ৷ গাঁওসমূহৰ মূল পথত বেনাৰ ফেষ্টোন আঁৰি সতৰ্কতা অৱলম্বন কৰা জাৰি কৰা হৈছে ৷ এয়াই গাঁৱৰ পৰিৱেশ ৷ ৰাইজ আজি সজাগ হৈছে ৷ গ্ৰহণ কৰিছে কৰ'ণাৰ বিৰুদ্ধে নিজা প্ৰচেষ্টা ৷ আপুনিও সজাগ হওক,আপোনাৰ অঞ্চলটোকো সুৰক্ষিত কৰি ৰাখক কৰ'ণা ভাইৰাছৰ পৰা বাছি থাকক ৷

লগতে চাওকঃ10 মহীয়া কেঁচুৱাৰ দেহত কৰ'ণা ভাইৰাছৰ অৱস্থিতি

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.