ETV Bharat / state

মাৰ্ঘেৰিটাত 11 গৰাকী সন্দেহজনক ব্যক্তি - Margherita

বুধবাৰে ৰে'ল ষ্টেচনত প্ৰত্যক্ষ ১১ জনকৈ সন্দেহযুক্ত অচিনাক্ত লোক ৷ হাওৰা-ডিব্ৰুগড় কামৰূপ এক্সপ্ৰেছত গোপনে আহিছিল লোক সকল ৷ ঘটনাস্থলীত আৰক্ষীৰ লোক উপস্থিত হৈ চিকিৎসালয়লৈ লৈ যায় ব্যক্তিকেইজনক ৷

author img

By

Published : Mar 25, 2020, 10:54 PM IST

মাৰ্ঘেৰিটা, 25 মাৰ্চঃ মাৰ্ঘেৰিটাৰ ৰে'ল ষ্টেচনত ১১ জনকৈ সন্দেহযুক্ত অচিনাক্ত লোক । হাওৰা-ডিব্ৰুগড় কামৰূপ এক্সপ্ৰেছত গোপনে আহিছিল লোক সকল । ডিব্ৰুগড়লৈ আহিছিল ট্ৰেইনখন । কিন্তু ডিব্ৰুগড় ৰেলষ্টেচনত পৰ্যাপ্ত ঠাইৰ অভাৱৰ বাবে মাৰ্ঘেৰিটালৈ পঠিয়াই দিয়া হৈছিল ট্ৰেইনখন । বিয়লি তিনিবজাত আহি পোৱা ট্ৰেইনখনত আছিল মাত্ৰ উক্ত ১১ জনেই লোক ।

মাৰ্ঘেৰিটাত 11 জনকৈ সন্দেহজনক ব্যক্তি

উল্লেখ্য যে, ৰে'ল ষ্টেচন থকা লোক কেইজনৰ মাজত আছে এগৰাকী মহিলাও । ৰে'ল ষ্টেচন থকা আটাইকেইজনে ৰোগাক্ৰান্ত বুলি মন্তব্য কৰে প্ৰত্যক্ষদৰ্শীয়ে । ৰে'ল ষ্টেচনত থকা লোক সকল কোন স্থানৰ পৰা আহিছে সেয়া এতিয়ালৈ স্পষ্ট হোৱা নাই । লোক কেইজন কাহ জ্বৰত আক্ৰান্ত বুলিও মন্তব্য কৰে প্ৰত্যক্ষদৰ্শীয়ে ৷ ইতিমধ্যে ব্যক্তিকেইজনক লৈ সমগ্ৰ এলেকাতে সৃষ্টি হৈছে চাঞ্চল্যকৰ ৷ ইতিমধ্যে ঘটনাস্থলীত প্ৰশাসনৰ লোক চাৰি ঘন্টাৰ পাছত উপস্থিত হৈ চিকিৎসালয়লৈ নিয়াৰ ব্যৱস্থা কৰিছে ব্যক্তিকেইজনক ।

আৰু পঢ়কঃ লোকপিয়ল আৰু NPR উন্নীতকৰণৰ প্ৰথম পৰ্যায়ৰ কাম স্থগিত

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.