ETV Bharat / state

নৈৰ পাৰত কোনে লৈছে সাষ্টাংগে প্ৰণিপ্ৰাত!

কোনোৱে যদি নদীৰ পাৰত চাকি বন্তি জ্বলাইছে আন কোনোৱে সাষ্টাংগে প্ৰণাম কৰিছে

author img

By

Published : May 26, 2019, 11:44 PM IST

Updated : May 26, 2019, 11:59 PM IST

নদীৰ পাৰত নাম লৈছে ডিৰাকবাসীয়ে


শদিয়া,২৬ মে' : কি হৈছে ডিৰাকবাসীৰ? চাওক এই প্ৰতিবেদন ৷

নদীৰ পাৰত নাম লৈছে ডিৰাকবাসীয়ে


শদিয়া,২৬ মে' : কি হৈছে ডিৰাকবাসীৰ? চাওক এই প্ৰতিবেদন ৷

Intro:কাকপথাৰৰ ন দিহিং নদীক সন্তুষ্ট কৰিবলৈ নাম প্ৰসঙ্গ গঞাৰাইজৰ

শদিয়া : তিনিচুকীয়া জিলাৰ কাকপথাৰৰ গাতে লাগি থকা ন-দিহিং নদীৰ পানী বাঢ়ি অহাৰ ফলত শংকাত ভুগিব লগীয়া হৈছে অঞ্চলবাসী ৷ চৰকাৰে নদীখনৰ গৰাখহনীয়া ৰুধৰ ক্ষেত্ৰত কোনো ধৰণৰ কাৰ্যকৰী ব্যৱস্থা হাতত নোলোৱাত অতিস্ত হৈ ডিৰাক অঞ্চলৰ সাতখন গাৱঁৰ মহিলাই দিহিং নদীৰ পাৰত নাম প্ৰসঙ্গ কৰি ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনায় ৷ সম্পুৰ্ণ মৰাণ সমাজৰ ৰীতি নীতিয়ে দিনৰ ভাগত কৰা নাম প্ৰসংগৰ যোগেদি জলদেৱতাক চাকি জ্বলাই নদীত উতোৱাই দি নদীখন নিদিষ্ট ৰেখাত আগুৱাই যাবলৈ মিনতি কৰে ৷ চৰকাৰৰ ওপৰতো অগ্নিশৰ্মা হৈ পৰা দেখা যায় মহিলাসকলক ৷ মন্ত্ৰী তথা বিভাগে প্ৰতিশ্ৰতি ৰক্ষা কৰিবলৈও দাবী জনায় গঞাবাসীয়ে ৷ লগতে ১৯৯২চনত উক্ত মথাউৰিটো ভগাৰ ফলত হোৱা ক্ষয় ক্ষতি এতিয়াও মাৰ যোৱা নাই বুলি উল্লেখ কৰে ক্ষুভিত ৰাইজে ৷ উল্লেখ্য যে বিগত বিশ দিনৰ আগতে ৰাজ্যৰ জলসম্পদ মন্ত্ৰীয়ে নদীখনৰ মথাউৰিটো পৰিভ্ৰমণ কৰি গৰাখহনীয়া ৰুধৰ বাবে অতিশীঘ্ৰে ব্যৱস্থা লবলৈ বিভাগীয় বিষয়া কৰ্মচাৰীক নিৰ্দেশ দিছিল যদিও কাৰ্যক্ষেত্ৰত কোনোধৰণৰ ব্যৱস্থা কৰা দেখা নগল ৷ আজিৰ বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যা দিনত প্ৰকৃতিৰ ওপৰত ৰাইজৰ এনেধৰণৰ অন্ধবিশ্বাস নাম প্ৰসঙ্গই কিমান প্ৰভাৱ পেলাই সেইয়া হব লক্ষ্যণীয় ৷Body:Byte : PublicConclusion:Mintu Talukdar
Last Updated : May 26, 2019, 11:59 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.