ETV Bharat / state

ডিৰাকত যুৱকৰ মৃতদেহ উদ্ধাৰ

অসম-অৰুণাচল সীমান্তৱৰ্তী অঞ্চল ডিৰাক সোণজান গাঁৱত দেওবাৰে এজন যুৱকৰ মৃতদেহ উদ্ধাৰ হয়

author img

By

Published : May 12, 2019, 10:50 PM IST

ডিৰাকত যুৱকৰ মৃতদেহ উদ্ধাৰ
  • অসম-অৰুণাচল সীমান্তৱৰ্তী অঞ্চল ডিৰাক সোণজান গাঁৱত দেওবাৰে এজন যুৱকৰ মৃতদেহ উদ্ধাৰ হয়
  • মৃত যুৱকজন সোণজান গাঁৱৰ বিজিং মৰাণৰ পুত্ৰ দিফুল মৰাণ বুলি জানিব পৰা গৈছে
  • যুৱকজনক দিনৰ ভাগত নলাৰ পানীৰ ওপৰত ওপঙি থকা অৱস্থাত স্থানীয় ৰাইজে প্ৰত্যক্ষ কৰে
  • যুৱকজনক ততালিকে চিকিৎসালয়লৈ নিয়া হয় যদিও চিকিৎসকে মৃত ঘোষণা কৰে
  • কিছুদিন পূৰ্বে একে স্থানতেই দুজন যুৱকে ৰহস্যজনকভাৱে মৃত্যুক আঁকোৱালি লৈছিল
  • ঘটনাৰ পুনৰাবৃত্তি হোৱাত এতিয়া ৰহস্যৰ সৃষ্টি হৈছে

Intro:অসম-অৰুণাচল সীমান্তৱৰ্তী অঞ্চল ডিৰাক সোণজান গাঁৱত দেওবাৰে এজন যুৱকৰ মৃতদেহ উদ্ধাৰ হ'য় ৷ মৃত যুৱকজন সোণজান গাঁৱৰ বিজিং মৰাণৰ পুত্ৰ দিফুল মৰাণ বুলি জানিব পৰা গৈছে ।Body:Date: 12-05-2019

Story: ডিৰাকত যুৱকৰ মৃতদেহ উদ্ধাৰ

V/O: অসম অৰুণাচল সীমান্তৱৰ্তী অঞ্চল ডিৰাক সোণজান গাঁৱত দেওবাৰে এজন যুৱকৰ মৃতদেহ উদ্ধাৰ হ'য় ৷ মৃত যুৱকজন সোণজান গাঁৱৰ বিজিং মৰাণৰ পুত্ৰ দিফুল মৰাণ বুলি জানিব পৰা গৈছে । যুৱকজন দিনৰ ভাগত নলাত পানীৰ ওপৰত ওপঙি থকা স্থানীয় ৰাইজে প্ৰত্যক্ষ কৰে । যুৱকজনক ততালিকে চিকিৎসালয়লৈ নিয়া হয় যদিও চিকিৎসকে মৃত বুলি জনায় ৷ উল্লেখযোগ্য যে কিছুদিন পূৰ্বেও একে স্থানতেই দুজন যুৱকে ৰহস্যজনকভাৱে মৃত্যুক আকোৱালি লৈছিল । একে ঘটনাৰ পূণৰাবৃতি হোৱাত সমগ্ৰ ঘটনাই ৰহস্যৰ সৃষ্টি কৰিছে ।

#ডুমডুমাৰ পৰা ভাস্কৰ দাহাল ইটিভি ভাৰত অসমConclusion:#ডুমডুমাৰ পৰা ভাস্কৰ দাহাল ইটিভি ভাৰত অসম
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.