ETV Bharat / state

শদিয়াত নাও দুৰ্ঘটনা; উদ্ধাৰ যাত্ৰী

শদিয়াৰ দিবাং নৈত যাত্ৰীবাহী নাও দুৰ্ঘটনাগ্ৰস্ত ৷ অমৰপুৰৰ দিবাং নৈৰ পাৰঘাটৰ পৰা খ্ৰীষ্টানবস্তি অভিমুখে আহিছিল নাওখন ৷ ফেৰীখনত মুঠ যাত্ৰী আছিল ৪০ গৰাকী ৷

শদিয়াত যাত্ৰীসহ সন্ধানহীন নাও
author img

By

Published : Jul 17, 2019, 4:05 PM IST

Updated : Jul 17, 2019, 5:03 PM IST

  • শদিয়াৰ দিবাং নৈত যাত্ৰীবাহী নাও দুৰ্ঘটনাগ্ৰস্ত ৷
  • অমৰপুৰৰ দিবাং নৈৰ পাৰঘাটৰ পৰা খ্ৰীষ্টানবস্তি অভিমুখে আহিছিল নাওখন
  • ফেৰীখনত মুঠ যাত্ৰী আছিল ৪০ গৰাকী
  • আটাইকেইজন যাত্ৰীক ইতিমধ্যে উদ্ধাৰ কৰা হৈছে

  • শদিয়াৰ দিবাং নৈত যাত্ৰীবাহী নাও দুৰ্ঘটনাগ্ৰস্ত ৷
  • অমৰপুৰৰ দিবাং নৈৰ পাৰঘাটৰ পৰা খ্ৰীষ্টানবস্তি অভিমুখে আহিছিল নাওখন
  • ফেৰীখনত মুঠ যাত্ৰী আছিল ৪০ গৰাকী
  • আটাইকেইজন যাত্ৰীক ইতিমধ্যে উদ্ধাৰ কৰা হৈছে
Intro:Breaking

# শদিয়াৰ দিবাং নদীত যাত্ৰীবাহী নাও সন্ধানহীন ৷

#অমৰপুৰৰ দিবাং নদীৰ পাৰঘাটৰ পৰা খ্ৰীষ্টানবস্তি অভিমুখী এখন যাত্ৰীবাহী ফেৰী দিবাং নদীৰ কোৱাল সোঁতত উটি গৈছে ।

#ফেৰীখনত মুঠ ৪০ গৰাকী যাত্ৰী আছিল , তাৰে ভিতৰত ৩০ গৰাকী যাত্ৰীক নাৱৰীয়াই যেনেতেনে দিবাং নদীৰ মাজৰ এটা চাপৰিত ৰাখি ফেৰীখনৰ পৰা নমাবলৈ সক্ষম হয় যদিও বাকী ১০ জন যাত্ৰীসহ নাওখন দিবাং নদীত ভটিয়াই যায় ৷ তাৰ পিছতে সন্ধানহীন হৈ পৰে নাওখন ।Body:NoConclusion:Mintu Talukdar
Sadiya
Last Updated : Jul 17, 2019, 5:03 PM IST

For All Latest Updates

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.