ETV Bharat / state

তিনিচুকীয়াৰ ফিল'বাৰীত পথ নিৰ্মাণত দুৰ্নীতিৰ অভিযোগ ৰাইজৰ

নিৰ্মাণ কাৰ্যত ঠিকাদাৰী প্ৰতিষ্ঠানটোৱে আঁচনি অনুসৰি যিমান পৰিমাণৰ শিল,বালি ব্যৱহাৰ কৰিব লাগে তাৰ পৰিৱৰ্তে কেৱল ৰঙা মাটি ব্যৱহাৰ কৰা বুলি অভিযোগ উত্থাপন কৰিছে ৰাইজে

ফিল'বাৰীত পথ নিৰ্মাণত দুৰ্নীতিৰ অভিযোগ ৰাইজৰ
author img

By

Published : Jun 3, 2019, 8:13 AM IST

তিনিচুকীয়া, 3 জুনঃ তিনিচুকীয়া জিলাৰ গাভৰুভেটি-কাকজান সংযোগী পকী পথ নিৰ্মাণত ব্যাপক অনিয়ম সংঘটিত হোৱাৰ অভিযোগ উত্থাপন কৰিছে স্থানীয় ৰাইজে ৷ তথ্য অনুসৰি পথ নিৰ্মাণকাৰী সংস্থা বি.বি.এণ্টাৰ প্ৰাইজ তথা প্ৰধানমন্ত্ৰী গ্ৰাম চড়ক যোজনা আঁচনিৰ অধীনৰ লগতে তিনিচুকীয়াৰ ৰাজ্যিক গড়কাপ্তানী বিভাগৰ তত্বাৱধানত ৩,৩৮,০৭,৯০০ টকা ব্যয় সাপেক্ষে পথটোৰ নিৰ্মাণৰ কাম আৰম্ভ হৈছে ।

ফিল'বাৰীত পথ নিৰ্মাণত দুৰ্নীতিৰ অভিযোগ ৰাইজৰ

এই নিৰ্মাণ কাৰ্যত ঠিকাদাৰী প্ৰতিষ্ঠানটোৱে আঁচনি অনুসৰি যিমান পৰিমাণৰ শিল,বালি তথা অন্যান্য আনুসংগিক সামগ্ৰী ব্যৱহাৰ কৰিব লাগে তাৰ পৰিৱৰ্তে কেৱল ৰঙা মাটি ব্যৱহাৰ কৰা বুলি অভিযোগ উত্থাপন কৰিছে ৰাইজে। ফলস্বৰূপে ঠিকাদাৰী প্ৰতিষ্ঠানটোৰ বিৰুদ্ধে ক্ষোভিত হৈ পৰিছে স্থানীয় ৰাইজ। ৰাইজে এই সন্দৰ্ভত একাধিকবাৰ বিভাগীয় অভিযন্তা তথা তদাৰক সমিতিক অভিযোগ দিয়াৰ পাচতো কোনো ব্যৱস্থা গ্ৰহণ কৰা নাই সংশ্লিষ্ট কৰ্তপক্ষই । যাৰ পৰিপ্ৰেক্ষিতত শনিবাৰৰ পৰা পথ নিৰ্মাণ কাৰ্য বন্ধ কৰি দিছে স্থানীয় ৰাইজে।

Intro:Date: 03-06-2019

Sluge: ফিল'বাৰীত পকী পথ নিৰ্মানৰ নামত অনিয়ম ।

:শিল, বালিৰ পৰিৱৰ্তে ৰঙামাটি ব্যৱহাৰৰ অভিযোগ স্থানীয় ৰাইজৰ ।

V/O: বিতৰ্কিত পথ নিৰ্মাণকাৰী সংস্থা বি. বি. এণ্টাৰপ্ৰাইজৰ অধীনত নিৰ্মাণকাৰ্য চলি থকা তিনিচুকীয়া জিলাৰ গাভৰুভেটি-কাকজান সংযোগী পকী পথ নিৰ্মাণত ব্যাপক অনিয়ম সংঘটিত হোৱাৰ অভিযোগ উত্থাপিত হৈছে । তিনিচুকীয়াৰ ৰাজ্যিক গড়কাপ্তানী বিভাগৰ তত্বাৱধানত তথা PMGSY আঁচনিৰ অধীনত ৩,৩৮,০৭,৯০০ টকা ব্যয়সাপেক্ষে পথটোৰ নিৰ্মাণ কার্য চলি আছে । এই নিৰ্মাণ কাৰ্যত ঠিকাদাৰী প্ৰতিষ্ঠানটোৱে আঁচনি অনুসৰি যিমান পৰিমাণৰ শিল, বালি তথা পলস ব্যৱহাৰ কৰিব লাগে তাৰ পৰিৱৰ্তে কেৱল ৰঙা মাটি ব্যৱহাৰ কৰা পৰিলক্ষিত হৈছে । ফলত ঠিকাদাৰী প্ৰতিষ্ঠানটোৰ বিৰুদ্ধে ক্ষোভিত হৈ পৰিছে স্থানীয় ৰাইজ । ৰাইজে এই সন্দৰ্ভত একাধিকবাৰ বিভাগীয় অভিযন্তা তথা তদাৰক সমিতিক অভিযোগ দিয়াৰ পাছতো কোনো ব্যৱস্থা গ্ৰহণ কৰা নাই সংশ্লিষ্ট পক্ষই । যাৰ পৰিপ্ৰেক্ষিতত শনিবাৰৰ পৰা এই পথ নিৰ্মান কাৰ্য বন্ধ কৰি দিছে স্থানীয় ৰাইজে । এই সম্পৰ্কে স্থানীয় দল-সংগঠনৰ লগতে স্থানীয় ৰাইজৰ সৈতে তদাৰক সমিতিৰ বাক বিতণ্ডাও হ'য় । অন্যহাতে এই পথটোৰ তদাৰকী কৰাৰ নামত তদাৰক সমিতিৰ একাংশ লোকে বি. বি. এণ্টাৰপ্ৰাইজৰ সৈতে গোপন বুজাবুজি কৰাৰ গুৰুতৰ অভিযোগ কৰিছে স্থানীয় ৰাইজে । এই সম্পৰ্কে সাংবাদিকে তদাৰক সমিতিৰ বিষয়ববীয়াৰ পৰা মন্তব্য ল'বলৈ চেষ্ঠা কৰে যদিও সংবাদ মাধ্যমৰ আগত কোনো মন্তব্য দিয়াৰ পৰা বিৰত থাকে সমিতিৰ বিষয়ববীয়াসকল ।

Byte: স্থানীয় ৰাইজ ।
Byte: দল-সংগঠনৰ বিষয়ববীয়া ।

#ডুমডুমাৰ পৰা ভাস্কৰ দাহাল ইটিভি ভাৰত অসম ।Body:
Date: 03-06-2019

#ডুমডুমাৰ পৰা ভাস্কৰ দাহাল ইটিভি ভাৰত অসম ।Conclusion:#ডুমডুমাৰ পৰা ভাস্কৰ দাহাল ইটিভি ভাৰত অসম ।
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.