ETV Bharat / state

কাকপথাৰৰ ডিৰাকত পথ দুৰ্ঘটনা, এজন নিহত

শদিয়াৰ কাকপথাৰ থানাৰ অন্তৰ্গত ৰঙপুৰীয়াত সংঘটিত পথ দুৰ্ঘটনাত নিহত হয় বালুধৰ মাউত নামৰ এগৰাকী ব্যক্তি ৷

author img

By

Published : Jul 1, 2019, 11:46 PM IST

কাকপথাৰৰ ডিৰাকত পথ দুৰ্ঘটনা, এজন নিহত

কাকপথাৰ, 1 জুলাইঃ তিনিচুকীয়া জিলাৰ কাকপথাৰ থানাৰ অন্তৰ্গত ৰঙপুৰীয়াত সংঘটিত হয় এক পথ দুৰ্ঘটনা ৷ AS 23 U 3393 নম্বৰৰ স্পেণ্ডাৰ বাইকেৰে নিজ গৃহৰ পৰা বৰডিৰাকলৈ গৈ থকা অৱস্থাত বালুধৰ মাউত নামৰ ব্যক্তিজনৰ সৈতে সংঘটিত হয় পথ দুৰ্ঘটনাটো ৷

দুৰ্ঘটনাটোত ব্যক্তিজনৰ থিতাতে মৃত্যু ঘটে ৷ আনহাতে ব্যক্তিজনৰ লগত থকা ফিৰুজ মৰাণ নামৰ যুৱকজন গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হয় ৷ ইতিমধ্যে যুৱকজনক সংকটজনক অৱস্থাত কাকপথাৰ প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰত ভৰ্তি কৰোৱা হৈছে ৷

Intro:কাকপথাৰৰ ডিৰাকত পথ দুৰ্ঘটনা, এজন নিহত

শদিয়া : কাকপথাৰ থানাৰ অন্তগত ৰঙপুৰীয়াত এটা পথ দুৰ্ঘটনাত এজন লোক নিহত হৈছে ৷ নিহত ব্যক্তিজনৰ নাম বালুধৰ মাউত(40) ৷ তেখেতৰ ঘৰ কাকপথাৰ থানাৰ অন্তগত গন্ধৈগুৰী গাৱঁত বুলি জানিব পৰা গৈছে ৷ ঘৰৰ পৰা বৰডিৰাকলৈ গৈ থকা অৱস্থাত ৫২নং ৰাষ্ট্ৰীয় ঘাইপথত শুই থকা এটা গৰুক খুণ্ডিয়াৰ ফলত দুৰ্ঘটনাটো সংঘটিত হয় ৷ AS 23 U 3393 স্পেলেণ্ডাৰ মটৰ চাইকেলেৰে গৈ থকা অৱস্থাত শোকাৱহ ঘটনাটো ঘটে ৷ লগত থকা ফিৰুজ মৰাণ নামৰ যুৱকজনক সংকটজনক অৱস্থাত কাকপথাৰ প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰত ভৰ্তি কৰোৱা হৈছে ৷ উল্লেখ্য যে কাকপথাৰৰ পৰা ডিৰাকলৈ ৫২নং ৰাষ্ট্ৰীয় ঘাইপথছোৱা দুৰ্ঘটনাৰ মৰণ ফাণ্ডলৈ পৰিণত হৈছে ৷Body:noConclusion:Mintu Talukdar
Sadiya
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.