বৰডুমছা, 8 এপ্ৰীল : অসমৰ লগতে চুবুৰীয়া ৰাজ্য অৰুণাচলতো বলিচে নিৰ্বাচনৰ গৰম বতাহ । ১১ এপ্ৰিলত লোকসভা নিৰ্বাচনৰ লগতে অৰুণাচল প্ৰদেশৰ বিধানসভা নিৰ্বাচন অনুষ্ঠিত হব । ৰাজনৈতিক দলসমুহৰ লগতে নিৰ্দলীয় প্ৰাৰ্থীসকলৰো প্ৰচাৰ অভিযান তুংগত উঠিছে । অৰুণাচলৰ ৪৯ নং বৰডুমছা বিধানসভা সমষ্টিৰ বাবে কংগ্ৰেছ, বিজেপিৰ লগতে নিৰ্বাচনত প্ৰতিদ্বন্ধীতা কৰিছে বহুকেইজন নিৰ্দলীয় প্ৰাৰ্থীয়ে । সমষ্টিটোত নিৰ্দলীয় প্ৰাৰ্থী বিদ্যা শংকৰ প্ৰসাদে নিৰ্বাচনী প্ৰচাৰ অব্যাহত ৰাখিছে । জনকল্যাণমূলক উদেশ্যৰে জনসাধাৰণক লগত লৈ নামি পৰিছে প্ৰচাৰত ।
অৰুণাচলত একেলগে বলিছে বিধানসভা আৰু লোকসভা নিৰ্বাচনৰ বতাহ
''ৰাজনৈতিক দলৰ ডাঙৰ-ডাঙৰ নেতাসকল আহি বৰডুমছাৰ দৰে সৰু সমষ্টিটোত প্ৰচাৰৰ নামত কেৱল মিছা প্ৰতিশ্ৰুতি দিলেই সমস্যা সমাধান নহয় ৷''- নিৰ্দলীয় প্ৰাৰ্থী বিদ্যাশংকৰ প্ৰসাদ
বৰডুমছা, 8 এপ্ৰীল : অসমৰ লগতে চুবুৰীয়া ৰাজ্য অৰুণাচলতো বলিচে নিৰ্বাচনৰ গৰম বতাহ । ১১ এপ্ৰিলত লোকসভা নিৰ্বাচনৰ লগতে অৰুণাচল প্ৰদেশৰ বিধানসভা নিৰ্বাচন অনুষ্ঠিত হব । ৰাজনৈতিক দলসমুহৰ লগতে নিৰ্দলীয় প্ৰাৰ্থীসকলৰো প্ৰচাৰ অভিযান তুংগত উঠিছে । অৰুণাচলৰ ৪৯ নং বৰডুমছা বিধানসভা সমষ্টিৰ বাবে কংগ্ৰেছ, বিজেপিৰ লগতে নিৰ্বাচনত প্ৰতিদ্বন্ধীতা কৰিছে বহুকেইজন নিৰ্দলীয় প্ৰাৰ্থীয়ে । সমষ্টিটোত নিৰ্দলীয় প্ৰাৰ্থী বিদ্যা শংকৰ প্ৰসাদে নিৰ্বাচনী প্ৰচাৰ অব্যাহত ৰাখিছে । জনকল্যাণমূলক উদেশ্যৰে জনসাধাৰণক লগত লৈ নামি পৰিছে প্ৰচাৰত ।
Story: ৪৯ নং বৰডুমছা সমষ্টিটোত নিৰ্দলীয় প্ৰাৰ্থীৰ ভিৰ ।
:বৰডুমছাৰ উন্নয়নেই মোৰ প্ৰধান লক্ষ্য:--বিদ্যা শংকৰ প্ৰসাদ
V/O: অসমৰ লগতে চুবুৰীয়া ৰাজ্য অৰুণাচলতো বলিচে নিৰ্বাচনৰ গৰম বতাহ । ১১ এপ্ৰিলত লোকসভা নিৰ্বাচনৰ লগতে অৰুণাচল প্ৰদেশৰ বিধানসভা নিৰ্বাচন অনুষ্ঠিত হব । ৰাজনৈতিক দলসমুহৰ লগতে নিৰ্দলীয় প্ৰাৰ্থীসকলেও প্ৰচাৰ অভিযান তুংগত কৰি তুলিছে । অৰুণাচলৰ ৪৯ নং বৰডুমছা বিধানসভা সমষ্টিৰ বাবে কংগ্ৰেছ, বিজেপিৰ লগতে নিৰ্বাচনত প্ৰতিদন্দ্বিতা কৰিছে বহুকেইজন নিৰ্দলীয় প্ৰাৰ্থীয়ে । সমষ্টিটোত নিৰ্দলীয় প্ৰাৰ্থী বিদ্যা শংকৰ প্ৰসাদে নিৰ্বাচনী প্ৰচাৰ অব্যাহত ৰাখিছে । জনকল্যাণমূলক উদেশ্যৰে জনসাধাৰণক লগত লৈ নামি পৰিছে প্ৰচাৰত । ৪৯ নং বৰডুমছা সমষ্টিটোত কংগ্ৰেছ, বিজেপিৰ লগতে বহুকেইজন নিৰ্দলীয় প্ৰাৰ্থীয়ে প্ৰতিদন্দ্বীতা আগবঢ়াইছে । আনহাতে সমষ্টিটোত কিছুদিন পূৰ্বে বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি অমিত শ্বাহে বিজেপি প্ৰাৰ্থীগৰাকীৰ বাবে প্ৰচাৰ চলাবলৈ আহিছিল । এই ক্ষেত্ৰত সমষ্টিটোৰ নিৰ্দলীয় প্ৰাৰ্থী বিদ্যা শংকৰ প্ৰসাদে কয় যে-- ''ৰাজনৈতিক দলৰ ডাঙৰ-ডাঙৰ নেতাসকল আহি এই সৰু সমষ্টিটোত প্ৰচাৰ চলোৱাৰ লগতে তেওঁলোক ইয়ালৈ আহি জনসাধাৰণৰ মিছা প্ৰতিশ্ৰুতি দিলেই সমস্যা সমাধান নহয়'' । আনহাতে ৪৯ নং বৰডুমছা সমষ্টিটোত নিৰ্দলীয় প্ৰাৰ্থী বিদ্যা শংকৰ প্ৰসাদৰ জয় নিশ্বিত বুলি দাবী কৰে প্ৰাৰ্থীগৰাকীয়ে ।
Byte:- ৪৯ নং বৰডুমছা সমষ্টিটোৰ নিৰ্দলীয় প্ৰাৰ্থী বিদ্যা শংকৰ প্ৰসাদBody:Date - 08-04-19

Byte:- ৪৯ নং বৰডুমছা সমষ্টিটোৰ নিৰ্দলীয় প্ৰাৰ্থী বিদ্যা শংকৰ প্ৰসাদConclusion:ডুমডুমাৰ পৰা ভাস্কৰ দাহাল ইটিভি ভাৰত অসম